সমললৈ যাওক

বেদ

ৱিকিউদ্ধৃতিৰ পৰা
ঋকবেদ (বেদৰ প্ৰথম খণ্ড) সম্ভৱতঃ মানৱ সভ্যতাৰ আটাইতকৈ পুৰণি শাস্ত্ৰ।

বেদ, হিন্দুধৰ্মৰ প্ৰধান ধর্মগ্রন্থ। আনুমানিক ৪,০০০ - ৭,০০০ খ্ৰিষ্টপূৰ্ব নতুবা তাতকৈ প্ৰাচীন এই গ্ৰন্থ। সেয়েহ, ইয়াক প্ৰাচীনতম ধৰ্মগ্ৰন্থ হিচাপে গণ্য কৰা হয়।

  • ॐ भूर्भुवः स्वः
    तत्सवितुर्वरेण्यं
    भर्गोदेवस्य धीमहि
    धियो यो नः प्रचोदयात्॥
    • অনুবাদ: আহক আমি সেই ঐশ্বৰিক সূৰ্য্যৰ আধিপত্যক আৰাধনা কৰোঁ, যি ঈশ্বৰৰ শক্তিয়ে সকলোকে আলোকিত কৰে। যিয়ে সকলোকে পুনৰ সৃষ্টি কৰে, যাৰ পৰা সকলোৱে আগবাঢ়ি যায়, যাৰ ওচৰলৈ সকলোৱে ঘূৰি আহিব লাগিব, যাক আমি তেওঁৰ পবিত্ৰ আসনৰ ফালে আমাৰ অগ্ৰগতিৰ সময়ত আমাৰ বুজাবুজিক সঠিকভাৱে নিৰ্দেশিত কৰিবলৈ আমন্ত্ৰণ কৰো।
      • ঋকবেদ ৩.৬২.১০
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: