সমললৈ যাওক

বিশ্ব স্বাস্থ্য সংস্থা

ৱিকিউদ্ধৃতিৰ পৰা
বিশ্ব স্বাস্থ্য সংস্থাৰ পতাকা

বিশ্ব স্বাস্থ্য সংস্থা (ইংৰাজী: World Health Organization) বা ডব্লিউ এইছ অ' হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্থিত। বিশ্ব স্বাস্থ্য সংস্থা ৰাষ্ট্ৰসংঘৰ উন্নয়ন গোটৰ সদস্য। জাতিসংঘৰ সময়ত গঠিত হোৱা স্বাস্থ্য সংস্থা ইয়াৰ পূৰ্বৱৰ্তী ৰূপ আছিল।

  1. শাৰীৰিক, মানসিক আৰু সামাজিক কুশলতাই হৈছে স্বাস্থ্য।