সমললৈ যাওক

বিল কযবি

ৱিকিউদ্ধৃতিৰ পৰা
১৯৬৫ চনত বিল কযবি

উইলিয়াম হেনৰী কযবি জুনিয়ৰ বা বিল কযবি (ইংৰাজী: William Henry Cosby Jr.; জন্ম ১২ জুলাই, ১৯৩৭) এজন আমেৰিকান কমেডিয়ান, অভিনেতা আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব। তেওঁ আমেৰিকান আৰু আফ্ৰিকান-আমেৰিকান সংস্কৃতিলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ দ্য কচবি শ্ব'ত ক্লিফ হাক্সটেবলৰ চৰিত্ৰত অভিনয় কৰি "আমেৰিকাৰ পিতৃ" হিচাপে সুনাম অৰ্জন কৰিছিল (১৯৮৪–১৯৯২)। সমগ্ৰ কেৰিয়াৰত তেওঁ অসংখ্য বঁটা আৰু সন্মানীয় উপাধি লাভ কৰিছে। ২০১৪ চনত তেওঁৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত বহু বঁটা বাতিল কৰা হৈছিল।

  1. মই নাজানো সফলতাৰ চাবিকাঠীনো কি, কিন্তু বিফলতাৰ মূলতেই হ'ল সকলোকে সন্তুষ্ট কৰাৰ বাবে চেষ্টা কৰা।[১]
  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “সন্তুষ্টিৰ কথকতা”, লক্ষ্য এক মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 9978-93-90589-83-8
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: