সমললৈ যাওক

বিদ্যা বালান

ৱিকিউদ্ধৃতিৰ পৰা
২০১২ চনত বিদ্যা বালান

বিদ্যা বালান (ইংৰাজী: Vidya Balan; জন্ম: ১ জানুৱাৰী, ১৯৭৮) হিন্দী, বঙালী আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ষোল্ল বছৰ বয়সতে তেওঁ "হম পাঁচ" (১৯৯৫) নামৰ ধাৰাবাহিকত অভিনয় কৰি অভিনয় জীৱনৰ পাতনি মেলে। এক চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিবলৈ কৰা কেইবাটাও অসফল চেষ্টাৰ পিছত তেওঁ টেলিভিছন বিজ্ঞাপন আৰু সংগীত ভিডিঅ’ত অভিনয় কৰিবলৈ লয়। ২০০৩ চনত তেওঁ বঙালী ছবি “ভালো থেকো”ৰ জৰিয়তে ছবিজগতত খোজ দিয়ে।

  • নাৰীয়ে নিজৰ শৰীৰৰ প্ৰতিটো অংগক স্বীকাৰ কৰি লালন-পালন কৰিব লাগিব।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: