সমললৈ যাওক

বাৰাক অ'বামা

ৱিকিউদ্ধৃতিৰ পৰা
বাৰাক অ'বামা

বাৰাক হুছেইন অ'বামা (ইংৰাজী: Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
  1. ১.০ ১.১ বাৰাক ওবামা. আহৰণ কৰা হৈছে: 1 ফেব্ৰুৱাৰী 2024.