বব মাৰ্লি

ৱিকিউদ্ধৃতিৰ পৰা
সংগীত পৰিৱেশন কৰি থকা মূহুৰ্তত বব মাৰ্লি

বব মাৰ্লি (৬ ফেব্ৰুৱাৰী ১৯৪৫ – ১১ মে' ১৯৮১) আছিল এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ। তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এজন মানুহৰ মহানতা তেওঁ আহৰণ কৰা ধনৰ ওপৰত নহয়, তেওঁৰ সততা আৰু তেওঁৰ চাৰিওফালৰ লোকসকলক ইতিবাচকভাৱে প্ৰভাৱিত কৰাৰ ক্ষমতাৰ ওপৰতহে নিৰ্ভৰ কৰে।[১]
  • আমাৰ শিক্ষা নাই, প্ৰেৰণা আছে; যদি মই শিক্ষিত হ'লোহেঁতেন তেন্তে মই এজন অভিশপ্ত মূৰ্খ হ'লোহেঁতেন।[২]
  • অধিকাৰে আপোনাক ধনী কৰি তোলে? মোৰ সেই ধৰণৰ সমৃদ্ধি নাই। মোৰ সমৃদ্ধি হৈছে জীৱন, চিৰদিনলৈ।
  • বিচাৰ নকৰিব, যদিহে আপুনি বিচাৰৰ বাবে সাজু নহয়।

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]