ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰৰ পৰা পুনঃনিৰ্দেশিত)

ফ্ৰেমৰ বাহিৰৰ জোনাকী পৰুৱাবোৰ মৌচুমী কন্দলীৰ এখন গল্প সংকলন। এই সংকলনখনৰ প্ৰথম সংস্কৰণৰ প্ৰকাশ হৈছিল বান্ধৱ প্ৰকাশনৰ পৰা ২০১৫ চনৰ ডিচেম্বৰ মাহত। ২০২২ চনৰ অক্টোবৰ মাহত ইয়াৰে দ্বিতীয় সংস্কৰণ প্ৰকাশ পায়। সংকলনখনিত মুঠতে ১০টা গল্প অন্তৰ্ভুক্ত কৰা হৈছে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]