প্যাছা (চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা

প্যাছা (ইংৰাজী: Pyaasa) গুৰু দত্তৰ দ্বাৰা পৰিচালিত তথা প্ৰযোজিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৭ চনৰ ১৯ ফেব্ৰুৱাৰীত চলচ্চিত্ৰখনে মুক্তি লাভ কৰে। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে স্বয়ং গুৰু দত্ত, মালা সিনহা, ৱাহীদা ৰহমান, ৰেহমান আৰু জনী ৱাকাৰে। এজন প্ৰতিভাশালী তথা দৰিদ্ৰ কবিয়ে জীৱনত সন্মুখীন হোৱা সংঘৰ্ষ‌ৰ পৰা আদি কৰি সমাজত এজন সফল কবি হিচাপে স্বীকৃত হোৱালৈ সংঘটিত ঘটনাৱলী চলচ্চিত্ৰখনত দৰ্শোৱা হৈছে।

সংলাপসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

বিজয়[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • গৰম বতৰৰেই হ‌ওঁক বা সম্পত্তিৰেই হ‌ওঁক, কেৱল গাধ‌ইহে তাত মগ্ন হৈ থাকে।
  • অৱস্থা ভাল হোৱাৰ পাছত গুচি যাওঁ? এতিয়াতো, গুচি গ’লেহে অৱস্থা ভাল হ’ব, গুলাব।