সমললৈ যাওক

পল এৰ্ড'ছ

ৱিকিউদ্ধৃতিৰ পৰা
১৯৯২ চনত পল এৰ্ড'ছ

পল এৰ্ড'ছ (ইংৰাজী: Paul Erdős; ২৬ মাৰ্চ ১৯১৩ – ২০ ছেপ্তেম্বৰ ১৯৯৬) এগৰাকী হাংগেৰিয়ান গণিতজ্ঞ।

  1. ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ডৰ সৈতে পাশা নেখেলিব পাৰে, কিন্তু মৌলিক সংখ্যাবোৰৰ লগত কিবা এক অদ্ভুত ঘটনা চলি আছে।
  2. দূৰদৰ্শন এনেকুৱা এবিধ বস্তু যাক ৰাছিয়ানসকলে আমেৰিকান শিক্ষা ধ্বংস কৰিবলৈ উদ্ভাৱন কৰিছিল।
  3. জীৱনৰ উদ্দেশ্য হৈছে প্ৰমাণ কৰা আৰু অনুমান কৰা।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: