পত্নী
অৱয়ব
পত্নী পুৰুষৰে সৈতে বৈবাহিক সম্পৰ্কত থকা এগৰাকী নাৰী। সংগীৰ পৰা বিচ্ছেদ হোৱা মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদৰ ৰায়দানৰ দ্বাৰা তেওঁলোকৰ বিবাহ আইনগতভাৱে ভংগ নোহোৱালৈকে পত্নী হৈয়েই থাকে। সংগীৰ মৃত্যুত পত্নীক বিধৱা বুলি কোৱা হয়। পত্নীৰ সংগীৰ প্ৰতি অধিকাৰ আৰু বাধ্যবাধকতা আৰু সমাজ আৰু আইনত তেওঁৰ মৰ্যাদা ভিন্ন সংস্কৃতিৰ মাজত ভিন্ন হয় আৰু সময়ৰ লগে লগে ই সলনি হৈ আহিছে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- পত্নী যৌৱনকালত স্ত্ৰী, প্ৰৌঢ়কালত সংগী, বৃদ্ধকালত ধাত্ৰী।
- বেকন।[১]
- পত্নীৰ আগত যিজনে বেছি জনা দেখুৱায়, তেঁৱেই সকলোতকৈ কম জানে।
- থমাছ ফুলাৰ।[১]
- নিজৰ পত্নী আৰু ভৃত্যৰ চকুত কোনো মানুহেই কেতিয়াও বীৰ বা মহাপুৰুষ নহয়।
- ফৰাচী লেখক মণ্টেইন।[১]
- ঈশ্বৰক উপাসনা কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল নিজৰ পত্নীক প্ৰেম কৰা।
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:১৭৪।
- ↑ Victor Hugo (1862)। Les Misérables।