ন’ৱা ৱেবষ্টাৰ
অৱয়ব
ন’ৱা ৱেবষ্টাৰ (১৬ অক্টোবৰ ১৭৫৮ – ২৮ এপ্ৰিল ১৮৪৩) এজন মাৰ্কিন অভিধানলেখক, পাঠ্যপুথি লেখক, বানান সংস্কাৰক, ৰাজনৈতিক লেখক তথা সম্পাদক আছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- "ভাষা হ'ল সৃষ্টিৰ পাছত ভগৱানে মানুহক দিয়া প্ৰথমটো উপহাৰ।"