সমললৈ যাওক

নৰেন্দ্ৰ মোদী

ৱিকিউদ্ধৃতিৰ পৰা

নৰেন্দ্ৰ দামোদৰদাস মোদী (ইংৰাজী: Narendra Damodardas Modi, জন্ম: ১৭ ছেপ্তেম্বৰ, ১৯৫০) বা চমুকৈ নৰেন্দ্ৰ মোদী ভাৰতবৰ্ষৰ ১৫তম আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ এজন জ্যেষ্ঠ নেতা। ২০০১ৰ পৰা ২০১৪ চনলৈকে ১৩ বছৰ ধৰি তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। []

  1. বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰিছোঁ৷ ইয়াৰ ভিতৰত বাংলাদেশৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভতো দেশখনলৈ স্বাভাৱিক পৰিস্থিতি ওভোতাই অনাৰ লগতে দেশখনৰ সংখ্যালঘু হিন্দুসকলৰ নিৰাপত্তাৰ দিশটোত মই অধিক গুৰুত্ব আৰোপ কৰিছোঁ৷ (জো বাইডেনৰ সৈতে টেলিফোন-কথোপকথন)[]
  1. Gujarat Experienced Double Engine Growth Under PM Modi's Rule: Chief Minister Bhupendra Patel (en ভাষাত). প্ৰকাশক: https://www.outlookindia.com/+(2022-06-01).
  2. "দিনটোৰ উক্তি". অসমীয়া খবৰ: 1. 27 august 2024.