নেলছন হেণ্ডাৰছন

ৱিকিউদ্ধৃতিৰ পৰা

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জীৱনৰ প্ৰকৃত অৰ্থ হ'ল এজোপা গছ ৰোপণ কৰা - যিজোপা গছৰ ছাঁত বহিবলৈ তুমি কেতিয়াও আশা কৰিব নোৱাৰা।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিয়মীয়া বাৰ্তা, ১৫ মে', ২০২১