সমললৈ যাওক

নাছিম নিকোলাছ তালেব

ৱিকিউদ্ধৃতিৰ পৰা
২০১০ চনত নাছিম নিকোলাছ তালেব

নাছিম নিকোলাছ তালেব (ইংৰাজী: Nassim Nicholas Taleb; জন্ম ১৯৬০) এগৰাকী লেবানন-আমেৰিকান ৰচনাকাৰ, গণিতৰ পৰিসংখ্যাবিদ, প্ৰাক্তন বিকল্প ব্যৱসায়ী, বিপদাশংকা বিশ্লেষক। তেওঁৰ কামৰ বিষয় হ'ল Randomness, probability, and Uncerintyৰ সমস্যা। দ্য ছানডে টাইমছে তেওঁৰ ২০০৭ চনৰ গ্ৰন্থ দ্য ব্লেক ছোৱানক দ্বিতীয় বিশ্বযুদ্ধৰ পিছত সৰ্বাধিক প্ৰভাৱশালী ১২খন গ্ৰন্থৰ ভিতৰত অন্যতম বুলি অভিহিত কৰে।

  1. আটাইতকৈ ক্ষতিকাৰক তিনিটা আসক্তি হৈছে হেৰোইন, কাৰ্ব'হাইড্ৰেট আৰু মাহিলী দৰমহা।
  2. মোৰ প্ৰধান চখ হ’ল নিজকে আৰু নিজৰ জ্ঞানৰ মানদণ্ডক অত্যধিক গুৰুত্বসহকাৰে লোৱা মানুহক জোকাই লোৱা আৰু যিসকলৰ সাহস নাই তেতিয়া ক’ব লাগে; ....... "মই নাজানো....[১]
  3. অসম্ভৱ চিন্তা কৰাৰ বাবে আমি মানুহক উপহাস কৰা নহয়, পুৰস্কৃত কৰা উচিত। [২]
  1. Nassim Nicholas Taleb's Home Page
  2. "Learning to Expect the Unexpected," The New York Times (2004-04-08}