দ্য বিগ বেং থিঅ’ৰি (পৰ্ব ১২)

ৱিকিউদ্ধৃতিৰ পৰা

দ্য বিগ বেং থিঅ’ৰি হৈছে ছাক লৰী আৰু বিল প্ৰাডীয়ে নিৰ্মাণ কৰা আমেৰিকান দূৰদৰ্শন ধাৰাবাহিক।


পৰ্বসমূহ: ১০ ১১ ১২ | মূল

খণ্ডসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

দ্য চেঞ্জ কনষ্টেণ্ট[সম্পাদনা কৰক | উৎস সম্পাদনা]

এমি: আমি জিকিলো।
পেনী: অভিনন্দন!
লিঅ’নাৰ্ড: হে, ভগৱান!
শ্বেলডন: আমি কৰি দেখুৱালোঁ।
এমি: ম‍ই জানো। তুমি বিশ্বাস কৰিব পাৰিছানে?
শ্বেলডন: সেইটো এটা ভাল কথা। যদি মই সপোন দেখি আছো তেন্তে কি হ’ব? [লিঅ’নাৰ্ডে তাক জোৰেৰে চৰ মাৰে আৰু সকলোৱে হাঁহি উঠে] আমি ন’বেল বঁটা লাভ কৰিলোঁ!

শ্বেলডন: তুমি জানানে যে এতিয়া আমি নোবেল বঁটা বিজয়ী হোৱাৰ বাবে আমাৰ নামটো চিৰদিনৰ বাবে একেলগে সংযুক্ত হৈ থাকিব।
এমি: আমাৰ বিয়া হৈছে। ইতিমধ্যে আমাৰ নাম একেলগে সংযুক্ত হৈ আছেই।
শ্বেলডন: অ’ প্লিজ, সেয়া এখন কাগজহে মাথোন। এয়া যে এখন কাগজ আৰু এটা পদকো।