সমললৈ যাওক

ডাছ কেপিটেল

ৱিকিউদ্ধৃতিৰ পৰা

ডাছ কেপিটেল (জাৰ্মান: Das Kapital. Kritik der politischen Ökonomie) বা সৰলভাৱে কেপিটেল হৈছে কাৰ্ল মাৰ্ক্সে ৰচনা কৰা বস্তুবাদী দৰ্শন আৰু ৰাজনৈতিক অৰ্থনীতিৰ সমালোচনাৰ এক মূল তাত্ত্বিক গ্ৰন্থ। এই গ্ৰন্থ তিনিটা খণ্ডত যথাক্ৰমে ১৮৬৭, ১৮৮৫ আৰু ১৮৯৪ চনত প্ৰকাশ পাইছে।

  • মূল্যবোধ হিচাপে সকলো সামগ্ৰীয়েই বাস্তৱায়িত শ্ৰমৰ সময়ৰ কিছুমান নিৰ্দিষ্ট পৰিমাপহে।