সমললৈ যাওক

টিম ফেৰিছ

ৱিকিউদ্ধৃতিৰ পৰা
টিম'থি ফেৰিছ

টিম'থি ফেৰিছ (ইংৰাজী: Timothy Ferriss) বা টিম ফেৰিছ এজন আমেৰিকান উদ্যোগী, বিনিয়োগকাৰী, লেখক, পডকাষ্টাৰ, আৰু জীৱনশৈলীৰ গুৰু। তেওঁ নিজৰ "৪ আৱাৰছ" আত্মসহায়ক গ্ৰন্থ শৃংখলাৰ জৰিয়তে সুপৰিচিত হৈ পৰিছিল। শৃংখলাটোৱে জীৱনশৈলীৰ অনুকূলনকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কিন্তু পিছত তেওঁ এই পদ্ধতিৰ বিষয়ে পুনৰ বিবেচনা কৰিছে।

  1. আমি যিটো কাম কৰিবলৈ আটাইতকৈ বেছি ভয় কৰোঁ, সেই কামটোকে কৰাটো আটাইতকৈ বেছি প্ৰয়োজন।[১]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: