টমাছ আলভা এডিচন

ৱিকিউদ্ধৃতিৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

টমাছ আলভা এডিচন (Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাদক আৰু ব্যৱসায়ী আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. জিনিয়াছৰ নিৰানব্বৈ শতাংশই পৰিশ্ৰম আৰু অধ্যৱসায়, এক শতাংশ অনুপ্ৰেৰণা।[১]
  2. অস্থিৰতা মানেই অসন্তুষ্টি, আৰু অসন্তুষ্টি হ’ল উন্নতিৰ প্ৰথম চৰ্ত৷ এজন সম্পূৰ্ণৰূপে পৰিতৃপ্ত মানুহক মোৰ আগত থিয় কৰাই দিয়া, মই তোমাক দেখুৱাই দিম অকৃতকাৰ্যতাৰ এটা প্ৰতিমূৰ্তি৷[২]
  3. আমাৰ শৰীৰৰ ক্ষয় হয় মাথোঁ এটা কাৰণত আৰু সি হ’ল আমাৰ মগজুক বহন কৰি ফুৰাৰ বাবে৷ মগজুৱে সকলোকে পৰিচালনা কৰে৷ আৰু সেইকাৰণেই মগজুক স্থাপন কৰা হৈছে লাওখোলাটোৰ ভিতৰত- শৰীৰৰ একেবাৰে মূধত৷[৩]
  4. প্ৰতিভাৰ নিৰান্নব্বৈ ভাগেই হ’ল অধ্যৱসায়৷[৪]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “জীৱনৰ অনুঘটক আৰু অদম্য অধ্যৱসায়”, লক্ষ্য ১ মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8
  2. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৯৭, বাণী মন্দিৰ, ২০০৩
  3. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৫৬, বাণী মন্দিৰ, ২০০৩
  4. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১৮৮, বাণী মন্দিৰ, ২০০৩