জৰ্দান পিটাৰছন
অৱয়ব
জৰ্ডান পিটাৰছন (ইংৰাজী: Jordan Peterson; জন্ম: ১২ জুন, ১৯৬২) এজন ক্লিনিকেল মনোবিজ্ঞানী আৰু টৰণ্টো বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানৰ অধ্যাপক। তেখেত মেপছ অৱ মিনিং: দ্য আৰ্কিটেকচাৰ অৱ বিলিভ (১৯৯৯), ১২ ৰুলছ ফৰ লাইফ: এণ এন্টিড’ট টু কেঅ’ছ (২০১৭) আৰু বিয়ণ্ড অৰ্ডাৰ: ১২ ম’ৰ ৰুলছ ফৰ লাইফ (২০২১)ৰ লেখক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- " গ'ডেলে প্ৰমাণ কৰিছে যে যি কোনো ধৰণৰপ্ৰমাণ একোটি স্বীকাৰ্যৰ অবিহনে অসম্ভৱ। সেইদৰে, সকলো প্ৰমাণৰ বাবে ঈশ্বৰত বিশ্বাস ৰখা আৱশ্যকীয়।"
- "প্ৰথমে মিছা কোৱা বন্ধ কৰা, তাৰ পিছত সঁচা কথা ক’বলৈ আৰম্ভ কৰা।"
- "Interview with Dr. Jordan B. Peterson | Free Speech & Social Justice"
- ("ডঃ জৰ্ডান বি. পিটাৰছনৰ সৈতে সাক্ষাৎকাৰ | মুক্ত বক্তৃতা আৰু সামাজিক ন্যায়")
- " সংগীতৰ শক্তিয়ে ঈশ্বৰৰ অনুপস্থিতি পূৰ্ণ কৰা কথাটো প্ৰায় অলৌকিক যেন লাগে, বিশেষকৈ এটি নৈৰাশ্যবাদী আৰু নাস্তিক সমাজত। ইয়াৰ আংশিক কাৰণ হ'ল আপুনি সংগীতক যুক্তিৰে সমালোচনা কৰিব নোৱাৰে। ই আপোনাৰ সৈতে কথা কয়, অৰ্থৰ কথা কয়, আৰু আপুনি তাৰ বিষয়ে যিহকে নকওক বা যিমানেই নৈৰাশ্যবাদী নহওক, তাৰ পৰা মুক্তি পোৱা অসম্ভৱ।"
- "Drinking from the firehose with Howard Bloom"
- ("হাওৰ্ড ব্লুমৰ সৈতে সাক্ষাৎ")
- " জনপ্ৰিয়তা যাব নোৱৰা ঠাইলৈ দক্ষতা যাব পাৰে|"
- "Drinking from the firehose with Howard Bloom"
- ("হাওৰ্ড ব্লুমৰ সৈতে সাক্ষাৎ")