সমললৈ যাওক

জেইমছ ব্ৰাঞ্চ কেবল

ৱিকিউদ্ধৃতিৰ পৰা
জেইমছ ব্ৰাঞ্চ কেবলৰ আলোকচিত্ৰ

জেইমছ ব্ৰাঞ্চ কেবল (ইংৰাজী: James Branch Cabell) আছিল এজন আমেৰিকান কল্পকাহিনী আৰু বেলছ-লেট্ৰেছৰ লেখক। কেবলক তেওঁৰ সমসাময়িক এইচ এল মেনকেন, এডমাণ্ড উইলছন, চিনক্লেয়াৰ লুইছ আদিয়ে বহুলভাৱে সন্মান কৰিছিল। তেওঁৰ ৰচনাসমূহক পলায়নবাদী (ইংৰাজী: escapist) বুলি গণ্য কৰা হৈছিল আৰু ১৯২০ চনৰ সংস্কৃতিৰ লগত ভালদৰে খাপ খাই পৰিছিল।

  1. আশাবাদীসকলে ক'ব খোজে যে আমি যিখন জগতত বাস কৰোঁ, সেইখনতকৈ উত্তম দ্বিতীয় এখন জগত নাই। নিৰাশাবাদী হ'ল সেইসকল লোক, যিসকলে এই কথাত বিশ্বাস কৰে।[১]