জেইমছ ব্ৰাঞ্চ কেবল
অৱয়ব
জেইমছ ব্ৰাঞ্চ কেবল (ইংৰাজী: James Branch Cabell) আছিল এজন আমেৰিকান কল্পকাহিনী আৰু বেলছ-লেট্ৰেছৰ লেখক। কেবলক তেওঁৰ সমসাময়িক এইচ এল মেনকেন, এডমাণ্ড উইলছন, চিনক্লেয়াৰ লুইছ আদিয়ে বহুলভাৱে সন্মান কৰিছিল। তেওঁৰ ৰচনাসমূহক পলায়নবাদী (ইংৰাজী: escapist) বুলি গণ্য কৰা হৈছিল আৰু ১৯২০ চনৰ সংস্কৃতিৰ লগত ভালদৰে খাপ খাই পৰিছিল।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আশাবাদীসকলে ক'ব খোজে যে আমি যিখন জগতত বাস কৰোঁ, সেইখনতকৈ উত্তম দ্বিতীয় এখন জগত নাই। নিৰাশাবাদী হ'ল সেইসকল লোক, যিসকলে এই কথাত বিশ্বাস কৰে।[১]