জুডিথ ষ্টান
অৱয়ব
জুডিথ ষ্টান (ইংৰাজী: Judith Stone; জন্ম-৩ জুলাই ১৯৫০) এগৰাকী লেখক।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- আমি মূৰৰ সকলো চুলি হেৰুওৱাৰ পিছত জীৱনে যেতিয়া আমাক এখন ফণি উপহাৰ দিয়ে, তেতিয়া তাকেই কোৱা হয় অভিজ্ঞতা।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ নিয়মীয়া বাৰ্তা, ৫ মে', ২০২১