সমললৈ যাওক

ছাদত হাছান মাণ্টো

ৱিকিউদ্ধৃতিৰ পৰা

ছাদত হাছান মাণ্টো (ইংৰাজী: Saadat Hasan Manto) হৈছে পূৰ্বৰ ব্ৰিটিছ ভাৰত আৰু ভাৰত বিভাজনৰ পিছত পাকিস্তানৰ অন্তৰ্গত লুধিয়ানাত জন্মগ্ৰহণ কৰা এজন লেখক তথা নাট্যকাৰ।

  1. নেতাই যেতিয়া চকুপানী মুচি মানুহক কয় যে ধৰ্ম সংকটত পৰিছে, তেতিয়া ইয়াত কোনো সত্যতা নাই। ধৰ্ম এনেকুৱা বস্তুৱেই নহয় যে ই সংকটত পৰিব পাৰে, যদি কিবা সংকটত আছে সেয়া কেৱল নেতাসকলৰ পৰাহে আছে যিয়ে ব্যক্তিগত মুনাফা আদায় কৰিবলৈ ধৰ্মক সংকটত পেলাই দিয়ে।[১]
  1. আগতে ধৰ্ম অন্তৰত আছিল আজিকালি টুপীত থাকে। শাসন ব্যৱস্থাও এতিয়া টুপীলৈ আহিছে। টুপী জিন্দাবাদ![১]
  1. পৃথিৱীত যিমানবোৰ অভিশাপ আছে, ভোক সেইবোৰৰ মাতৃ।[১]
  1. ১.০ ১.১ ১.২ Quotes of Saadat Hasan Manto. প্ৰকাশক: Rekhta.