সমললৈ যাওক

ছাইমন ডেনিছ পয়ছন

ৱিকিউদ্ধৃতিৰ পৰা
পয়ছনৰ প্ৰতিকৃতি

ছাইমন ডেনিছ পয়ছন (ইংৰাজী: Siméon Denis Poisson, ২১ জুন ১৭৮১ – ২৫ এপ্ৰিল ১৮৪০) আছিল এগৰাকী ফৰাচী গণিতজ্ঞ তথা পদাৰ্থ বিজ্ঞানী।

  • জীৱন কেৱল দুটা বস্তুৰ বাবে ভাল, গণিত আৱিষ্কাৰ কৰা আৰু গণিত শিকোৱা।[১]
  1. Mathematics Magazine, v. 64, no. 1, Feb. 1991.