চাহিব বিবি ঔৰ গুলাম

ৱিকিউদ্ধৃতিৰ পৰা

চাহিব বিবি ঔৰ গুলাম ১৯৬২ চনত মুক্তিপ্ৰাপ্ত, আব্ৰাৰ আলভি পৰিচালিত আৰু গুৰু দত্ত প্ৰযোজিত এখন ক'লা-বগা হিন্দী বোলছবি। বিমল মিত্ৰৰ বঙালী উপন্যাস 'চাহেব বিবি গোলাম'ৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছে। ঊনবিংশ শতিকাৰ বংগৰ পতনমুখী জমিদাৰী প্ৰথাৰ এখন দলিল-স্বৰূপ 'চাহিব বিবি ঔৰ গোলাম'ত এজন জমিদাৰৰ (চাহেব) নিসংগ সুন্দৰী পত্নীৰ (বিবি) আৰু দুখ-যন্ত্ৰণা আৰু তেওঁৰ প্ৰতি এটা সেন্দূৰ কাৰখানাত কাম কৰা এজন সাধাৰণ যুৱকৰ (গোলাম) অন্তৰত গঢ় লৈ উঠা যৌনতাবিহীন অনুৰাগৰ কাহিনী বৰ্ণিত হৈছে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]