সমললৈ যাওক

চলচ্চিত্ৰ

ৱিকিউদ্ধৃতিৰ পৰা
এটা ১৬ মি.মি. স্প্ৰীং যুক্ত 'বলেক্স' "H16" প্ৰতিফলন কেমেৰা। চলচ্চিত্ৰ নিৰ্মাণৰ আখৰা হিচাপে চলচ্চিত্ৰ শিক্ষা বিদ্যালয়ত জনপ্ৰিয় আহিলা।

চলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি (ইংৰাজী: Cinema বা Film), মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে (কেমেৰা) গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আঁকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা ছবিক 'জীৱন্ত গতি'ৰ ছবি (live action) আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মাণ কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণ একেসময়তে এটা শিল্প আৰু উদ্যোগ।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]


লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]