গেৰ্ডা লাৰ্নাৰ

ৱিকিউদ্ধৃতিৰ পৰা
গেৰ্ডা হেডৱিগ লাৰ্নাৰ

গেৰ্ডা হেডৱিগ লাৰ্নাৰ (ইংৰাজী: Gerda Hedwig Larner ; জন্ম: ৩০ এপ্ৰিল, ১৯২০ – ২ জানুৱাৰী, ২০১৩) আছিল এগৰাকী অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা আমেৰিকান ইতিহাসবিদ তথা লেখিকা। অসংখ্য বিদ্বান প্ৰকাশনৰ উপৰিও তেওঁ কবিতা, কল্পকাহিনী, নাট্যৰ টুকুৰা, চিত্ৰনাট্য আৰু আত্মজীৱনী আদিও লিখিছিল। ১৯৮০ চনৰ পৰা ১৯৮১ চনলৈকে তেওঁ অৰ্গেনাইজেচন অৱ আমেৰিকান হিষ্ট'ৰিয়ানৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১৯৮০ চনত তেওঁ উইচকনচিন-মেডিচন বিশ্ববিদ্যালয়ৰ ইতিহাসৰ ৰবিনছন এডৱাৰ্ডছৰ অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৯১ চনত অৱসৰ লোৱালৈকে অধ্যাপনা কৰে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • নিজৰ সংগ্ৰাম আৰু সাফল্যৰ ইতিহাসৰ প্ৰতি অজ্ঞানতাই নাৰীক অধীনস্থ কৰি ৰখাৰ অন্যতম প্ৰধান কাৰক হৈ আহিছে।[উৎসৰ প্ৰয়োজন]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]