সমললৈ যাওক

কৰিণা কাপুৰ

ৱিকিউদ্ধৃতিৰ পৰা
২০১৯ চনত কৰীনা কাপুৰ

কৰিণা কাপুৰ খান (ইংৰাজী: Kareena Kapoor Khan; জন্ম: ২১ ছেপ্তেম্বৰ ১৯৮০) ভাৰতৰ এগৰাকী অভিনেত্ৰী। কৰিণা কাপুৰে বিশেষকৈ হিন্দী ছবিত অভিনয় কৰে। তেখেত অভিনেতা ৰনধীৰ কাপুৰ আৰু ববিতা কাপুৰৰ জীয়ৰী। কেইবাপ্ৰকাৰৰ ছবিত ভিন্নধৰ্মী চৰিত্ৰ ৰূপায়ণৰ বাবে বিশেষ সমাদৰ আৰু খ্যাতি লাভ কৰা কৰিণা কাপুৰে ৰোমাণ্টিকধৰ্মী ছবিৰ পৰা আৰম্ভ কৰি অপৰাধমূলক ছবিত অভিনয় কৰিছে। বলিউডৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীৰ ভিতৰত অন্যতম কৰিণা কাপুৰে ফিল্মফেয়াৰ বঁটা, আইফাকে ধৰি একাধিক বঁটা, পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তেখেতে এতিয়ালৈকে ছটাকৈ ফিল্মফেয়াৰ অৰ্জন কৰিছে।

  1. মই একেবাৰেই একমত নহয়। যদি তেনেকুৱা হয়, আমি কেনেকৈ মনোৰঞ্জন দিম, আপোনাৰ জীৱনত কেনেকৈ সেই আনন্দ আৰু সুখ পাব, যিটো, মই ভাবোঁ সকলোকে লাগে। চিনেমা আৰু ছবি আশাব্যঞ্জক, যিটো আমি সদায় কৰি আহিছো, যিটো ছবিয়ে সদায় কৰি আহিছে। চলচ্চিত্ৰই যদি নাথাকে, মনোৰঞ্জন কেনেকৈ হ'ব।
নৰকত আছোঁ কিন্তু স্বৰ্গৰ ৰাস্তা চিনি পাওঁ। (তলাশ - ২০১২)
  1. পৰিস্থিতি যিয়েই নহওক, আপোনাৰ সন্তানে আপোনাক কোৱা কথাবোৰ আন্তৰিকতাৰে শুনক। সৰুতেই যদি আপুনি সৰু সৰু কথাবোৰ আগ্ৰহেৰে নুশুনে। তেন্তে, সিহঁতে ডাঙৰ হ’লে কথাবোৰ আপোনাক ক’ব নোৱাৰিব। কাৰণ, তেওঁলোকৰ বাবে এই সকলোবোৰ সদায় ডাঙৰ কথা হৈ পৰিব।
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: