সমললৈ যাওক

ক্লেৰেঞ্চ ডেৰ’

ৱিকিউদ্ধৃতিৰ পৰা
Darrow (1922)

ক্লেৰেঞ্চ ছিৱাৰ্ড ডেৰ' (ইংৰাজী: Clarence Seward Darrow; ১৮ এপ্ৰিল, ১৮৫৭ – ১৩ মাৰ্চ, ১৯৩৮) এজন আমেৰিকান অধিবক্তা আছিল যি ২০ শতিকাৰ আৰম্ভণিতে লিঅ'পল্ড আৰু ল'ব হত্যাকাণ্ডৰ বিচাৰ আৰু স্কোপছ "বান্দৰ" বিচাৰৰ সৈতে জড়িত হোৱাৰ বাবে বিখ্যাত হৈছিল। তেওঁ আমেৰিকান চিভিল লিবাৰ্টিছ ইউনিয়নৰ এজন আগশাৰীৰ সদস্য আছিল, আৰু জৰ্জিষ্ট অৰ্থনৈতিক সংস্কাৰৰ এজন বিশিষ্ট সমৰ্থক আছিল।

  1. “মই কোনো মানুহৰে মৃত্যু কামনা নকৰোঁ, কিন্তু বাতৰিকাকতত মাজে সময়ে এনে কেইটামান মৃত্যুৰ বাতৰি পঢ়িবলৈ পাওঁ, যিকেইটা পঢ়ি মই আনন্দ অনুভৱ কৰোঁ৷”[১]
  1. ডেৰ’, ক্লেৰেঞ্চ. "নমস্কাৰ", নিয়মীয়া বাৰ্তা, ৮ আগষ্ট, ২০২১, পৃষ্ঠা. ৬. আহৰণ কৰা হৈছে ১০ ছেপ্টেম্বৰ ২০২১.