সমললৈ যাওক

কৃতজ্ঞতা

ৱিকিউদ্ধৃতিৰ পৰা

কৃতজ্ঞতা, প্ৰশংসা, অথবা ধন্যবাদসূচক মনোভাৱ হৈছে লেটিন ভাষাৰ গ্ৰেটাছ শব্দৰ পৰা অহা যাৰ অৰ্থ হৈছে "ভাললগা অনুভৱ"। কোনো ব্যক্তিয়ে আন এজনৰ পৰা দয়া, উপহাৰ, সহায়, সাহস অথবা এনেধৰণৰ উপকাৰ পালে দিওঁতাৰ প্ৰতি যি এক প্ৰশংসাৰে ভৰা অনুভূতি অনুভৱ কৰে, সেয়াই কৃতজ্ঞতা।

O Lord, that lends me life, Lend me a heart replete with thankfulness! ~ [William Shakespeare]


উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • কৃতজ্ঞতা এক মহান খেতিৰ ফচল; সিংহভাগ মানুহৰ মাজত ইয়াক বিচাৰি নাপাবা।


  • কৃতজ্ঞতা বহুমূলীয়া।