কাৰ্ল ফ্ৰিডৰিক গাউছ

ৱিকিউদ্ধৃতিৰ পৰা
গাউছৰ প্ৰতিকৃতি

যোহান কাৰ্ল ফ্ৰিডৰিক গাউছ (ইংৰাজী: Johann Carl Friedrich Gauss; ৩০ এপ্ৰিল ১৭৭৭ – ২৩ ফেব্ৰুৱাৰী ১৮৫৫) আছিল এগৰাকী জাৰ্মান গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী আৰু পদাৰ্থবিজ্ঞানী।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • গণিত বিজ্ঞানৰ ৰাণী আৰু সংখ্যা তত্ত্ব গণিতৰ ৰাণী।
  • ঈশ্বৰে পাটিগণিত কৰে।
  • যুগান্তকাৰী গণিতজ্ঞ মাথোঁ তিনিজনহে আছে আৰু তেওঁলোক হৈছে আৰ্কিমিডিছ, নিউটন আৰু আইজেনষ্টাইন।
  • গণিত কেৱল সম্পৰ্কৰ গণনা আৰু তুলনাৰ সৈতেহে জড়িত।[১]
  • আপুনি কয় যে বিশ্বাস এটা উপহাৰ; এইটোৱেই হয়তো ইয়াৰ বিষয়ে ক’ব পৰা আটাইতকৈ শুদ্ধ কথা।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. E T Bell, The development of mathematics (New York, 1945)
  2. Guy Waldo Dunnington, Carl Friedrich Gauss: Titan of Science (1955), p. 305.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]