সমললৈ যাওক

কনকলতা

ৱিকিউদ্ধৃতিৰ পৰা

কনকলতা বৰুৱা (ইংৰাজী: Kanaklata Barua) অসমৰ এগৰাকী মহিলা স্বাধীনতা যুঁজাৰু তথা ১৯৪২ৰ আন্দোলনৰ সময়ত গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উৰুৱাবলৈ গৈ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে বৃটিছৰ গুলীত শ্বহীদ হয়।

  • আপুনি আমাৰ মানৱ শৰীৰক হত্যা কৰিব পাৰে কিন্তু লোহাৰে নিৰ্মিত আমাৰ আত্মাক নহয়। হে ব্ৰিটিছসকল! আমাক ৰোধ কৰিবলৈ আপুনি যি ব্যৱস্থা গ্ৰহণ কৰে সেয়া বিফল হ’ব। আমি আগবাঢ়ি যাম। আৰক্ষী চকীত আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাত কোনেও বাধা দিব নোৱাৰে।
    • কনকলতা বৰুৱা। ৰাৱাল এম এছ আৰু ৰাৱাল ৱাই এছ (২০১৯)। কেশৰ তৰোৱাল। গৰুড় প্ৰকাশন।
  • এইখন মোৰ দেশ। মোৰ প্ৰাণ। ইয়াৰ এটুকুৰা মাটিও পৰক নিদিও।
  • মোৰ শিৰাই শিৰাই দেশত্মকবোধ। মই মোৰ দেশক প্ৰাণভৰি ভাল পাঁও। দেশৰ বাবে মৃত্যু হ’লে মোৰ জীৱন সাৰ্থকহে হ'ব৷
  • নাই পাহৰা৷ মই বেউলা, কমলাকুঁৱৰী, জয়মতী আৰু মূলাগাভৰুৰ দেশৰ জীয়ৰী৷
  • তথাপি এই ত্ৰিৰংগ পতাকা এৰি মই যাব নোৱাৰো। মই যাম গহপুৰৰ ইংৰাজৰ...
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: