সমললৈ যাওক

এলবাৰ্ট স্বোৱেইৎজাৰ

ৱিকিউদ্ধৃতিৰ পৰা

এলবাৰ্ট স্বোৱেইৎজাৰ (ইংৰাজী: Albert Schweitzer; ১৪ জানুৱাৰী ১৮৭৫ – ৪ ছেপ্টেম্বৰ ১৯৬৫) এজন জাৰ্মান দাৰ্শনিক, দানবীৰ, চিকিৎসক, ধৰ্মতত্ত্ববিদ, মিছনেৰী আৰু সংগীতবিদ আছিল। তেওঁ ১৯৫২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. প্ৰত্যেকজন ৰোগীয়েই তেওঁৰ চিকিৎসকজনক নিজৰ ভিতৰতে কঢ়িয়াই লৈ ফুৰে।[১]

তথ্যউৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সুস্থ দেহত সুস্থ মন, হোমেন বৰগোহাঁই