সমললৈ যাওক

ঋকবেদ

ৱিকিউদ্ধৃতিৰ পৰা
জ্ঞানীসকলে এক বুলি বহু ধৰণে কয়।

ঋকবেদ (ইংৰাজী: Rigveda) হিন্দু ধৰ্মশাস্ত্ৰৰ চাৰিখন বেদৰ ভিতৰত প্ৰথমখন বেদ। ঋকবেদ বৈদিক সাহিত্যৰ সৰ্বপ্ৰাচীন আৰু সৰ্বাধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ। বেদমন্ত্ৰসমূহৰ ভিতৰত যিবোৰ মন্ত্ৰ ছন্দোবদ্ধ আৰু একো একোটি পূৰ্ণ অৰ্থৰ প্ৰকাশক, সেই মন্ত্ৰবোৰকে ঋক বুলি জনা যায়। ঋকবেদ বা ঋকবেদ সংহিতা হ’ল এনে ঋকৰ সংকলন। সেয়েহে ই ঋক সংহিতা নামেৰেও জনাজাত।

  1. সদায় মধুৰভাষী হ’বলৈ যত্ন কৰিবা৷ মিঠা মাতৰ গুৰুত্ব অপৰিসীম৷ এই কথা সদায় মনত ৰাখিবা৷ মুখৰ মাতষাৰেও মানুহৰ বিৰাট উপকাৰ সাধিব পাৰে৷