উৰ্বশী ৰৌতেলা

ৱিকিউদ্ধৃতিৰ পৰা
"মডেল আৰু অভিনেত্ৰী হোৱাৰ বাবে মই অনুভৱ কৰোঁ যে সমাজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে।"
"মোৰ বাবে এজন যৌন আবেদনময়ী পুৰুষৰ তিনিটা অতি গুৰুত্বপূৰ্ণ গুণ আছে: হাস্যৰসসম্পন্ন, বুদ্ধিমত্তা আৰু আনুগত্য।"

উৰ্বশী ৰৌতেলা (ইংৰাজী: Urvashi Rautela; জন্ম:২৫ ফেব্ৰুৱাৰী, ১৯৯৪) এগৰাকী ভাৰতীয় অভিনেত্ৰী তথা মডেল। তেওঁ হিন্দী চলচ্চিত্ৰতো অভিনয় কৰিছে। মিছ ডিভা ইউনিভাৰ্চ,২০১৫ বিজয়ী ৰৌতেলাই বিজয়ী মুকুট পৰিধান কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁ মিছ ইউনিভাৰ্ছ,২০১৫ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মডেল আৰু অভিনেত্ৰী হোৱাৰ বাবে মই অনুভৱ কৰোঁ যে সমাজৰ প্ৰতি আমাৰ এটা দায়িত্ব আছে।
  • শাৰীৰিক ফিটনেছ মোৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ফিট হ’লেহে আপুনি জীৱনত যিখিনি লাভ কৰিব বিচাৰে তাকেই লাভ কৰিব পাৰিব; আপুনি আপোনাৰ সপোন, আপোনাৰ উচ্চাকাংক্ষা, আপোনাৰ লক্ষ্য, আৰু আপুনি ভালপোৱা বস্তুবোৰ আয়ত্ত্ব কৰিব পাৰিব।
  • ছিধি বাত নো বকৱাছ আৰু সেইবাবেই মই কোনো বাকৱাছ নকৰো।
  • মই মাত্ৰ ক'ব বিচাৰো.. মই কি ক'ম? কি ক'ম নাজানো। দুঃখিত. ম‍ই দুঃখিত।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা:
Commons
Commons
ৱিকিমিডিয়া কমন্সত সম্বন্ধিত মিডিয়া: