ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

ৱিকিউদ্ধৃতিৰ পৰা
ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ

ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ (বাংলা: ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, ইংৰাজী: Ishwar Chandra Vidyasagar; ১৮২০ - ১৮৯১) ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল। প্ৰকৃত নাম ঈশ্বৰচন্দ্ৰ বন্দ্যোপাধ্যায়। সংস্কৃত ভাষা আৰু সংস্কৃত সাহিত্যত অগাধ পাণ্ডিত্যৰ বাবে জীৱনৰ প্ৰথমচোৱাতে বিদ্যাসাগৰ উপাধি লাভ কৰে। সংস্কৃতৰ বাদেও বঙালী ভাষা আৰু ইংৰাজী ভাষাত তেখেতৰ বিশেষ ব্যুৎপত্তি আছিল। তেওঁ প্ৰথম বঙালী লিপি সংস্কাৰ কৰি ইয়াক যুক্তিবহ কৰি তোলে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]