ইলন মাস্ক্
অৱয়ব
ইলন ৰিভ্ মাস্ক্ (ইংৰাজী: Elon Reeve Musk; জন্ম: ২৮ জুন ১৯৭১) এগৰাকী প্ৰযুক্তি বিষয়ৰ উদ্যোগী লোক, বিনিয়োগকাৰী আৰু অভিযন্তা। দক্ষিণ আফ্ৰিকা, কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব থকা ইলন মাস্ক্ স্পেছ্এক্স(SpaceX)ৰ প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু মূল পৰিকল্পনাকাৰী। তেওঁ টেছলা (Tesla Inc.) কোম্পানীটোৰ সহ-প্ৰতিষ্ঠাপক, মুখ্য কাৰ্যবাহী বিষয়া আৰু স্থপতি; নিউৰালিংকৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া আৰু পেইপলৰ সহ-প্ৰতিষ্ঠাপক।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যদি কথাবোৰ বিফল নহয়, তেন্তে আপুনি যথেষ্ট উদ্ভাৱন কৰা নাই।
- Fast Company, article "Hondas in Space" (1 February 2005)
