সমললৈ যাওক

ইণ্টাৰষ্টেলাৰ

ৱিকিউদ্ধৃতিৰ পৰা

ইণ্টাৰষ্টেলাৰ (ইংৰাজী: Interstellar) ২০১৪ চনত মুক্তিপ্ৰাপ্ত তথা ক্ৰিষ্টোফাৰ ন'লানৰ দ্বাৰা পৰিচালিত এখন কল্পবিজ্ঞান বিষয়ক চলচ্চিত্ৰ। পৃথিৱীত বিশ্বব্যাপী শস্যৰ ক্ষয়-ক্ষতি, ধূলিৰ ধুমুহা আৰু বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যোৱাৰ বাবে এদল মহাকাশচাৰীয়ে এটা বাসযোগ্য গ্ৰহৰ সন্ধানত এটা মহাজাগতিক কীটগহ্বৰৰ মাজেদি কৰা যাত্ৰা চলচ্চিত্ৰখনত দেখুওৱা হৈছে।

সংলাপসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

কুপাৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এই পৃথিৱীখন এটা ৰত্নভাণ্ডাৰ, কিন্তু কিছুদিনৰ পৰা ই আমাক এৰি যাবলৈ কৈ আছে।
  • এবাৰ অভিভাৱক হ'লে আপুনি আপোনাৰ সন্তানৰ ভৱিষ্যতৰ প্ৰেতাত্মা।

এমিলিয়া ব্ৰেণ্ড[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • প্ৰেমেই হৈছে একমাত্ৰ বস্তু যি সময় আৰু স্থানৰ উৰ্দ্ধলৈ গতি কৰে।

কথোপকথন[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাল্যকালৰ মুৰ্ফ: দেউতা, তুমি আৰু মায়ে মোক কিয় বেয়া কিবা এটাৰ নাম দিলা?
কুপাৰ: বাৰু, আমি দিয়া নাছিলোঁ।
বাল্যকালৰ মুৰ্ফ: মুৰ্ফীৰ সূত্ৰ?
কুপাৰ: মুৰ্ফীৰ সূত্ৰৰ অৰ্থ এইটো নহয় যে কিবা বেয়া হ’ব। ইয়াৰ অৰ্থ হ’ল যি হ’ব পাৰে সি হ’বই

ডঃ ব্ৰেণ্ড: আমি এই বাস্তৱতাৰ সন্মুখীন হ’ব লাগিব যে আমাৰ সৌৰজগতৰ একোৱেই আমাক সহায় কৰিব নোৱাৰে।
কুপাৰ: এতিয়া আপুনি মোক কোৱাৰ প্ৰয়োজন আছে যে পৃথিৱীখনক ৰক্ষা কৰিবলৈ আপোনাৰ পৰিকল্পনা কি।
ডঃ ব্ৰেণ্ড: আমি পৃথিৱীখনক বচাবলৈ নহয়। আমি ইয়াক এৰিহে যাব লাগিব, আৰু এই অভিযানটোৰ বাবেই তোমাক প্ৰশিক্ষণ দিয়া হৈছিল।
কুপাৰ: মোৰ ল’ৰা-ছোৱালী আছে, প্ৰাধ্যাপক মহোদয়।
ডঃ ব্ৰেণ্ড: তেন্তে তালৈ যোৱা আৰু তেওঁলোকক বচোৱা। আমি নিজৰ আয়ুসকালৰ বহু ওপৰলৈ যাব লাগিব। আমি ব্যক্তি হিচাপে নহয়, এটা প্ৰজাতি হিচাপেহে চিন্তা কৰিব লাগিব। আমি আন্তঃনক্ষত্ৰীয় ভ্ৰমণৰ বাস্তৱতাৰ সন্মুখীন হ’ব লাগিব।

টেগলাইন[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • মানৱ জাতিৰ জন্ম পৃথিৱীত হৈছিল। ইয়াত কেতিয়াও মৃত্যু হোৱাৰ উদ্দেশ্য নাছিল।
  • আৰু আগুৱাই যোৱা।
  • পৃথিৱীৰ অন্তই আমাৰ অন্ত নহ’ব।
  • মানৱ জাতিৰ পৰৱৰ্তী পদক্ষেপ হ’ব আমাৰ সৰ্বশ্ৰেষ্ঠ পদক্ষেপ।

লগতে চাওক[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]