আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰা

ৱিকিউদ্ধৃতিৰ পৰা

আৱাৰ ট্ৰিজ ষ্টিল গ্ৰ' ইন ডেহৰা (ইংৰাজী: Our Trees Still Grow in Dehra) ৰাস্কিন বণ্ডৰ দ্বাৰা ৰচিত ১৪ টা চুটি গল্পৰ সংকলন। এই গ্ৰন্থখনে ১৯৯১ চনত প্ৰকাশ লাভ কৰে। গ্ৰন্থখনৰ বাবে সাহিত্যিকগৰাকীক ১৯৯২ চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • দীৰ্ঘজীৱী হোৱা, মোৰ বন্ধু, জ্ঞানী আৰু শক্তিশালী হোৱা, কিন্তু এজন বৃদ্ধ লোকৰ পৰা তেওঁৰ গীত কাঢ়ি নিনিবা।[১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Our Trees Still Grow In Dehra Quotes. প্ৰকাশক: goodreads.com. আহৰণ কৰা হৈছে: 5 ছেপ্টেম্বৰ 2022.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]