আশীৰ্বাদৰ ৰং (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা
(আশীৰ্বাদৰ ৰংৰ পৰা পুনঃনিৰ্দেশিত)

আশীৰ্বাদৰ ৰং এখন অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল। অসমৰ এখন পষেকীয়া আলোচনী প্ৰান্তিকত এই উপন্যাসখন ধাৰাবাহিককৈ মুঠ সাতাইছটা খণ্ডত প্ৰকাশ পাইছিল। উপন্যাসখন ধাৰাবাহিক ৰূপে তেৰটা খণ্ডত আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৰা হৈছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]