আন্নাথে (চলচ্চিত্ৰ)

ৱিকিউদ্ধৃতিৰ পৰা

আন্নাথে হৈছে এখন ভাৰতীয় চলচ্চিত্ৰ।

সংলাপসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আইনৰ কাৰণে সত্য বহুত প্ৰয়োজন৷
  2. সত্যতকৈ ডাঙৰ এই জগতৰ হ’ল ন্যায়; ন্যায় জগতৰ সকলোতকৈ ডাঙৰ৷
  3. সত্য এই যে, যদি এগৰাকী ছোৱালী সাহসৰে অন্যায়ৰ বিৰূদ্ধে যুঁজ দিয়ে, তেন্তে ঈশ্বৰে স্বয়ং আহি তেওঁক ৰক্ষা কৰে।
  4. সাহস দেখুওৱা; সাহস কৰাজন কেতিয়াও পৰাজয় নহয়৷

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]