সদস্য বাৰ্তা:দিব্য দত্ত

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
বিষয় যোগ কৰক
ৱিকিউদ্ধৃতিৰ পৰা
Latest comment: ১ বছৰৰ পূৰ্বে by Chiring chandan in topic কাৰিকৰী পদক

কাৰিকৰী পদক[উৎস সম্পাদনা]

কাৰিকৰী পদক
অভিনন্দন! অসমীয়া ৱিকিউদ্ধৃতিৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰিবলৈ পাই সুখী হৈছোঁ। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব।

আপোনাৰ উজ্জ্বল ভৱিষ্যতৰ কামনাৰে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -Chandan Chiring Phukon Chat ১১:২৯, ১৭ জানুৱাৰী ২০২৩ (IST)উত্তৰ দিয়ক