ৱিকিউদ্ধৃতি:উৎসৰ প্ৰয়োজন

ৱিকিউদ্ধৃতিৰ পৰা
(উৎসৰ প্ৰয়োজনৰ পৰা পুনঃনিৰ্দেশিত)

ৱিকিউদ্ধৃতিত থকা উদ্ধৃতিসমূহৰ বিশ্বাসযোগ্যতা বৰ্তাই ৰাখিবলৈ প্ৰতিটো উদ্ধৃতিৰ উৎস উল্লেখ কৰাটো প্ৰয়োজন।

বিঃদ্ৰঃ উৎসবিহীন উদ্ধৃতিৰ লগত {{Citation needed}} (সংক্ষেপে {{Cn}}) সাঁচখন যোগ কৰা হয়।