সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৪/৩০

ৱিকিউদ্ধৃতিৰ পৰা
“পৃথিৱীত মানুহেই একমাত্ৰ ভৱিষ্যৎ আৰু মৃত্যু সচেতন জীৱ৷ সেয়ে মানুহক ভয় আৰু দুঃচিন্তাই লগ এৰা নিদিয়ে৷ মানুহে ভৱিষ্যতৰ সপোন দেখে৷ কল্পনাৰ জগতত নিজকে এৰি দিয়ে৷ সেয়ে সপোনক বাস্তৱক ৰূপ দিব নোৱাৰিলে দুখ ভোগ কৰে৷”
~ প্ৰতিভা ৰায় ~