সাঁচ:আজিৰ উদ্ধৃতি/এপ্ৰিল-২০২৪/২৯

ৱিকিউদ্ধৃতিৰ পৰা
“আপোনাৰ নীতি হ’ব লাগে সকলো চোৱা কিন্তু একো নোকোৱা৷ পৃথিৱীখন ইমানেই দ্ৰুতগতিত সলনি হয় যে যদি আপুনি উঠিব বিচাৰে তেন্তে আপুনি কোনো ব্যক্তি বা দৃষ্টিভংগীৰ সৈতে নিজকে একাকাৰ কৰিব নোৱাৰে৷”
~ খুছৱন্ত সিং ~