উপলা নদীৰ দৰে

ৱিকিউদ্ধৃতিৰ পৰা

উপলা নদীৰ দৰে অসমীয়া ভাষাত লিখা মহেন্দ্ৰ বৰাৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. "জীৱনটো যাপন কৰিলোঁ, বৰ বেচি অকোৱা-পকোৱা নকৰাকৈ - প্ৰায় এডাল সৰল ৰেখাৰ গতিৰে। তাতে যে কত খুন্দা-খুন্দলি খালোঁ! মই মচ খাই নোহোৱা হৈ যোৱাৰ ভয়ে মোক কিন্তু অকণো আমনি কৰা নাই। মৃত্যুৰ ভয় মোৰ নিজৰ ববীয়াটোৰ কাৰণে নহয় - মোৰ আপোন মানুহবোৰৰ ভাগত সমূহীয়াকৈ পৰাটোৰ কাৰণেহে।"[১]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. 'কৈফিয়ৎ' পৃষ্ঠা