অজিত কুমাৰ ভূঞা

ৱিকিউদ্ধৃতিৰ পৰা

অজিত কুমাৰ ভূঞা (ইংৰাজী: Ajit Kumar Bhuyan) হৈছে অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু ৰাজ্যসভাৰ সাংসদ। তেওঁ অসমীয়া প্ৰতিদিন কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল আৰু দীৰ্ঘ সময়ৰ কাৰণে প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০২০ চনৰ ১৮ মাৰ্চ তাৰিখে তেওঁ বিনাপ্ৰতিদ্বন্দিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয়।[১]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ (কা) মই ৰাজনীতিত যোগদান কৰাৰ আঁৰৰ কাৰণ আছিল।
    • ইন্ডিয়া টুডে[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Shri Ajit Kumar Bhuyan. প্ৰকাশক: National Portal of India.
  2. Assam: All three Rajya Sabha candidates set to be elected unopposed. Hemanta Kumar Nath. প্ৰকাশক: India Today (14 March 2020).