সমললৈ যাওক

হতাশা

ৱিকিউদ্ধৃতিৰ পৰা
(Depressionৰ পৰা পুনঃনিৰ্দেশিত)

হতাশা মানৱ মনৰ উৎসাহহীন অৱস্থা আৰু কাৰ্য্যকলাপৰ প্ৰতি আগ্ৰহহীন অৱস্থা।

  1. কেতিয়াও হতাশ নহ’ব আৰু যদি কেতিয়াবা হতাশাত আপোনাৰ মন ভাগি পৰেও তথাপি নিজৰ কামত লাগি থাকিব। (এডমাণ্ড বাৰ্ক)[]
  2. যি মানুহ হতাশ হ’ব নাজানে, তেওঁ জীয়াই থকাৰ দৰকাৰ নাই। (গ্যেটে)[]
  3. অসত্যতাৰ প্ৰতি মুহূৰ্ততে হতাশা আছে। (কাৰ্লাইল)[]
  4. হতাশাক মনৰ পৰা উলিয়াই আনি দূৰলৈ দলিয়াই পেলাওক, নিজৰ উদ্দেশ্যক ধিয়াই কাম কৰি চিন্তাৰে আগুৱাই যাওক। (ডেল কাৰ্নেগী)[]
  1. ১.০ ১.১ ১.২ ১.৩ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:৩৭৭। ISBN: 81-7206-117-5