ৱিকিডাটা
অৱয়ব

ৱিকিডাটা হৈছে ৱিকিমিডিয়াৰ দ্বাৰা আয়োজিত আৰু স্বেচ্ছাসেৱকসকলে সম্পাদনা কৰা এটা বিনামূলীয়া জ্ঞান তথ্যকোষ প্ৰকল্প।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ৱিকিডাটাৰ জগত - অধিক লোকক অধিক জ্ঞানৰ প্ৰৱেশাধিকাৰ দিয়া এটা এটাকৈ কৰা এক সম্পাদনা।[১]
- ৱিকিডাটাক বুজাবলৈ আৰু প্ৰেৰণা দিবলৈ আমি প্ৰায়ে এই সহজ প্ৰশ্নটো সুধিছোঁ: “মহিলা মেয়ৰ থকা বিশ্বৰ আটাইতকৈ ডাঙৰ চহৰবোৰ কি কি?’’ ... এটা উত্তৰ এতিয়া, অৱশেষত দিব পাৰি।[২]
- [ই] তথ্যৰ ৱেবৰ মেৰুদণ্ড,যদি আপুনি তথ্যৰ প্ৰতি আগ্ৰহী, তেন্তে ই সন্ধানতকৈ ভাল। ইয়াক সন্ধান বুলি ক’লে ৱিকিডাটাক অতি সৰল কৰা হ’ব। [তাত] আপুনি ষ্ট্ৰিংটো মিলাইছে, ৱিকিডাটাৰ জ্ঞানৰ ৱেব ষ্ট্ৰিং মিলতকৈ বহুত বেছি শক্তিশালী।[৩]
- যেতিয়ালৈকে ৱিকিডাটাই মোক স্পেইনত ৬০ৰ দশকত শ্বুট কৰা সকলো চিনেমাৰ তালিকা দিব নোৱাৰে, য’ত পালতোলা নাওত গৈ ভাল পোৱা এজন ৰং অন্ধ জাৰ্মান দ্বাৰা পৰিচালিত, পৰ্তুগীজ অনাথৰ চৰিত্ৰত অভিনয় কৰা বাওঁহাতৰ অভিনেতাই এটা ক’লা মাইকী ঘোঁৰা চুৰি কৰি লৈ যায়, আৰু হেলচিংকিৰ এগৰাকী কুকুৰৰ মালিক মহিলা [sic] দ্বাৰা লিখা, আমাৰ আৰু বহু কাম আছে।[৪]
- এপ্লিকেচন বা AI ব্যৱস্থাপ্ৰণালীত ব্যৱহাৰৰ বাবে পটভূমিৰ তথ্যৰ এটা মুক্ত, সাধাৰণ জ্ঞান গ্ৰাফৰ বাবে ৱিকিডাটা অন্যতম উত্তম বিকল্প। SPARQL হৈছে তথ্য অভিগম কৰাৰ আটাইতকৈ সাধাৰণ উপায় আৰু ইয়াক ফলপ্ৰসূভাৱে কেনেকৈ ব্যৱহাৰ কৰিব লাগে শিকিবলৈ সহায় পাবলৈ ইয়াত এটা সম্পদ আছে।[৫]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Lydia Pintscher, Wikimania 2015 presentation
- ↑ Markus Krötzsch, World's largest cities with a female mayor :-), Wikidata mailing list, April 2015
- ↑ Kat Thornton, Yale University Library "The promise of Wikidata" (10 February 2021)
- ↑ User:Tobias1984, Wikidata project chat, December 2013
- ↑ Tim Finin on Wikidata from a September 3, 2020 tweet.