সমললৈ যাওক

ৱিকিউদ্ধৃতি:ৱিকিউদ্ধৃতি উদ্ধৃতি সংযোগ মেলা ২০২৫

ৱিকিউদ্ধৃতিৰ পৰা

অসমীয়া ৱিকিউদ্ধৃতিৰ বিকাশৰ গতিক এক নতুন মাত্ৰা দিবৰ বাবে যোৱাবেলিৰ দৰে এইবেলিও অসমীয়া ৱিকিউদ্ধৃতিত উদ্ধৃতি সংযোগ মেলা এখন আয়োজন কৰা হৈছে। চন্দন চিৰিং ফুকন সোঁৱৰণী এই উদ্ধৃতি সম্পাদনা মেলাখন ১৮ এপ্ৰিল ২০২৫ৰ পৰা ২৪ এপ্ৰিল ২০২৫ লৈ অনুষ্ঠিত হ’ব।

নিয়মাৱলী

[উৎস সম্পাদনা]
  • প্ৰতিযোগিতা ১৭ এপ্ৰিল ২০২৫ৰ ৰাতি ১২ বজাৰ পিছত আৰম্ভ হ’ব আৰু ২৪ এপ্ৰিলৰ ৰাতি ১২ বজাত শেষ হ’ব।
  • যিকোনো ভাষাৰ সাহিত্য অকাডেমী বঁটা বিজয়ী সাহিত্যিক আৰু এই বঁটা বিজয়ী অসমীয়া ভাষাত লিখা গ্ৰন্থৰ অতি কমেও ৫টা উদ্ধৃতি সংযুক্ত কৰিব।
  • গ্ৰন্থৰ পৰা উদ্ধৃতি সংযোগৰ ক্ষেত্ৰত দুটা উদ্ধৃতিৰ মাজত কমেও ১০ পৃষ্ঠাৰ ব্যৱধান থকা প্ৰয়োজন৷
  • ৫ টাকৈ উদ্ধৃতি সংযোগ কৰিলে ১ পইণ্ট লাভ কৰিব।
  • নতুন পৃষ্ঠা সৃষ্টি কৰিলে অতিৰিক্ত ১ পইণ্ট যোগ হ’ব।
  • ব্যক্তিৰ উদ্ধৃতি আৰু তেওঁৰ বিষয়ে মন্তব্যত উৎস সংযোগ কৰিব লাগিব। (মুঠ কমেও ৫টা)
  • সংগীত, ক্ৰীড়া, বিজ্ঞান, অভিনয় আদি ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিৰ পুৰণি পৃষ্ঠাত উদ্ধৃতি সংযোগ কৰিব পাৰিব। (কমেও ৫টা)
  • বিচাৰকৰ ৰায় চূড়ান্ত হ’ব।
  • প্ৰতিযোগী সকলক অহা ২৭ এপ্ৰিলৰ “সোঁৱৰণ আৰু সংকল্প’’ত পুৰস্কাৰ প্ৰদান কৰা হ’ব।

পুৰস্কাৰ

[উৎস সম্পাদনা]
  • বিচাৰকৰ ৰায়মতে নিৰ্বাচিত শীৰ্ষৰ তিনিগৰাকী অংশগ্ৰহণকাৰীক একোটা ৱিকি-টিচাৰ্ট, কিতাপ আৰু মানপত্ৰ দিয়া হ’ব।

অংশগ্ৰহণ কৰক

[উৎস সম্পাদনা]
  1. জোনালী বৰুৱা (বাৰ্তা) ০৫:৫৮, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  2. Himashree Borah (বাৰ্তা) ০৭:৪২, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  3. পৱন বৰ্মন (বাৰ্তা) ০৯:৩১, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  4. নৰুনা বৰুৱা (বাৰ্তা) ০৯:৩৭, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  5. দিম্পল দাস (বাৰ্তা) ১০:৫৪, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  6. পাপৰি বৰা (বাৰ্তা) ১৫:৪৯, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  7. Pranamikaadhikary (বাৰ্তা) ২০:২২, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  8. Jyoti Chiring (বাৰ্তা) ২১:১০, ১৮ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  9. অনামিকা(চুমু) বড়া (বাৰ্তা) ২০:৫৯, ২১ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]
  10. কুমুদ ঘোষ (বাৰ্তা) ১৯:১০, ২২ এপ্ৰিল ২০২৫ (IST)[উত্তৰ দিয়ক]

পৃষ্ঠাসমূহ জমা দিয়ক

[উৎস সম্পাদনা]

দিম্পল দাস

  1. ৰামাস্বামী আয়েৰ কৃষ্ণমূৰ্তি

পৱন বৰ্মন

  1. আন এজন (কবিতা সংকলন)
  2. ফৰিংবোৰে বাটৰ কথা জানে (কবিতা সংকলন)
  3. কাইলৈৰ দিনটো আমাৰ হ'ব (কবিতা সংকলন)
  4. অনুশীলন (নিৰ্বাচিত সাহিত্য সমালোচনা)
  5. মৌন ওঁঠ মুখৰ হৃদয় (উপন্যাস)
  6. শ্ৰেষ্ঠ গল্প (গ্ৰন্থ)
  7. শইচৰ পথাৰ মানুহ (কবিতা সংকলন)
  8. অকলে আছোঁ কুশলে আছোঁ (কবিতা সংকলন)
  9. বিপন্ন বিস্ময় খেল (উপন্যাস)
  10. ভুল সত্য (গ্ৰন্থ)

পাপৰি বৰা

  1. এধানি মাহীৰ হাঁহি (গ্ৰন্থ)
  2. অঘৰী আত্মাৰ কাহিনী (গ্ৰন্থ)
  3. দেও লাংখুই (গ্ৰন্থ)
  4. মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস (গ্ৰন্থ)
  5. ন হন্যতে (গ্ৰন্থ)
  6. সুদীৰ্ঘ দিন আৰু ঋতু (কাব্যগ্ৰন্থ)
  7. অলকানন্দা (কাব্যগ্ৰন্থ)
  8. জঙ্গম (গ্ৰন্থ)
  9. শৃংখল (গ্ৰন্থ)
  10. গোলাম (গ্ৰন্থ)
  11. বিপন্ন সময় (গ্ৰন্থ)
  12. বকুলবনৰ কবিতা
  13. কবিতা (কাব্যগ্ৰন্থ)
  14. প্ৰসন্নলাল চৌধুৰী
  15. অমলপ্ৰভা দাস
  16. মহাৰথী (গ্ৰন্থ)

প্ৰণামিকা অধিকাৰী

  1. চাণক্য
  2. অমিতাভ বচ্চন
  3. অটল বিহাৰী বাজপায়ী
  4. ছিগমুণ্ড ফ্ৰয়েড
  5. লক্ষ্মীনাথ ফুকন
  6. মালিনী গোস্বামী
  7. বিমলা প্ৰসাদ চলিহা

জোনালী বৰুৱা

  1. দ্য ডা ভিঞ্চি ক'ড
  2. ফিলিপ জৰ্জ জিম্বাৰ্ডো

নৰুনা বৰুৱা

  1. পিতা-পুত্ৰ

হিমাশ্ৰী বৰা

  1. বনফুল (গ্ৰন্থ)
  2. অসমৰ লোক-সংস্কৃতি (গ্ৰন্থ)
  3. বেদনাৰ উল্কা (গ্ৰন্থ)
  4. পাতাল ভৈৰৱী (গ্ৰন্থ)
  5. ককাদেউতাৰ হাড় (গ্ৰন্থ)
  6. পৃথিৱীৰ অসুখ (গ্ৰন্থ)
  7. শান্তনুকুলনন্দন (গ্ৰন্থ)
  8. মৰিয়াহোলা (গ্ৰন্থ)
  9. জঁটাধাৰী (গ্ৰন্থ)
  10. মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা‌ (গ্ৰন্থ)
  11. বাঘে টাপুৰ ৰাতি (গ্ৰন্থ)

অনামিকা বড়া

  1. মনজ্যোৎস্না মহন্ত
  2. পূৰ্ণিমা দেৱী বৰ্মন

কুমুদ ঘোষ

  1. ধ্ৰুৱপুত্ৰ
  2. সাগৰ থেকে ফেৰা

জ্যোতি চিৰিং

  1. মৌন ওঁঠ মোখৰ হৃদয়
  2. মৃত্যুঞ্জয়
  3. পিতাপুত্ৰ
ক্ৰমিক নম্বৰ অংশগ্ৰহণকাৰীৰ নাম প্ৰাপ্ত নম্বৰ স্থান
পাপৰি বৰা ৩১ প্ৰথম
হিমাশ্ৰী বৰা ১৭ দ্বিতীয়
পৱন বৰ্মন ১৪ তৃতীয়
প্ৰণামিকা অধিকাৰী
জ্যোতি চিৰিং
অনামিকা বড়া
দিম্পল দাস
জোনালী বৰুৱা
কুমুদ ঘোষ
১০ নৰুনা বৰুৱা

সমন্বয়ক

[উৎস সম্পাদনা]

উদ্ধৃতি পৰীক্ষক

[উৎস সম্পাদনা]