সমললৈ যাওক

ৱিকিউদ্ধৃতি:চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬

ৱিকিউদ্ধৃতিৰ পৰা

চন্দন চিৰিং ফুকন সোঁৱৰণী উদ্ধৃতি সংযোগ মেলা ২০২৬ প্ৰয়াত ৱিকিমিডিয়ান চন্দন চিৰিং ফুকনৰ সোঁৱৰণত আয়োজন কৰা উদ্ধৃতি সংযোগ মেলাৰ দ্বিতীয় সংস্কৰণ। এই উদ্ধৃতি সংযোগ মেলাৰ মুখ্য উদ্দেশ্য হৈছে চন্দনৰ প্ৰিয় প্ৰকল্প অসমীয়া ৱিকিউদ্ধৃতিৰ জনপ্ৰিয়কৰণ, প্ৰসাৰ আৰু সমল বৃদ্ধি। এইবাৰৰ এই প্ৰতিযোগিতাখন ৱিকিমিডিয়া ফাউণ্ডেচনৰ সহযোগত ১ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিল ২০২৬ লৈ আয়োজন কৰা হৈছে।

সময়সীমা

[উৎস সম্পাদনা]

১ এপ্ৰিল ২০২৬ৰ পৰা ২৫ এপ্ৰিল ২০২৬ৰ ৰাতি বাৰ বজালৈ এই প্ৰতিযোগিতা চলিব আৰু ২৭ এপ্ৰিলৰ সন্ধিয়া গুগুল মিটযোগে ফলাফল ঘোষণা কৰা হ’ব৷

সমাজৰ যিকোনো ক্ষেত্ৰৰ, যিকোনো দেশৰ উল্লেখযোগ্য ব্যক্তিৰ উদ্ধৃতি বা সেই ব্যক্তিৰ সপক্ষে বা বিপক্ষে কৰা মন্তব্য।

নিয়মাৱলী

[উৎস সম্পাদনা]
  1. সমাজৰ যিকোনো ক্ষেত্ৰৰ, যিকোনো দেশৰ উল্লেখযোগ্য ব্যক্তিৰ উদ্ধৃতি বা মন্তব্য। (ইংৰাজী Wikiquote-ৰ পৰা অনূদিত হ’লেও হ’ব৷)
  2. প্ৰতিটো উদ্ধৃতিত উৎসৰ উল্লেখ থাকিব লাগিব৷
  3. নতুন পৃষ্ঠা সৃষ্টি কৰিলে কমেও তিনিটা উদ্ধৃতি সংযোগ কৰিব লাগিব৷ অন্যথা তেনে পৃষ্ঠা প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰা হ’ব৷
  4. পুৰণি বা নতুন যিকোনো পৃষ্ঠাত কমেও তিনিটাকৈ উদ্ধৃতি সংযোগ কৰিব লাগিব৷
  5. উৎসসহ সংযোগ কৰা প্ৰতি তিনিটা উদ্ধৃতিৰ বিপৰীতে ২ নম্বৰকৈ আৰু নতুন পৃষ্ঠা সৃষ্টি কৰিলে ৩ নম্বৰকৈ যুক্ত হ’ব৷ (৩+২=৫ এনেদৰে নম্বৰ পাব)
  6. পুৰণি পৃষ্ঠাত সম্পাদনা কৰাৰ সময়ত “সম্পাদনা দ্বন্দ্ব’’ টেগ লগাই লোৱাটো বাঞ্ছনীয়৷
  7. বিচাৰকৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব৷

(বি:দ্ৰ: প্ৰতিযোগিতাত গ্ৰন্থৰ পৃষ্ঠা সৃষ্টি বা উদ্ধৃতি সংযোগ সামৰি লোৱা নহ’ব৷)

পুৰস্কাৰ

[উৎস সম্পাদনা]
  • প্ৰথম- ২০০০ টকা মূল্যৰ উপহাৰ কুপন, বাৰ্ণষ্টাৰ, ডিজিটেল মানপত্ৰ
  • দ্বিতীয়: ১৫০০ টকা মূল্যৰ উপহাৰ কুপন, বাৰ্ণষ্টাৰ, ডিজিটেল মানপত্ৰ
  • তৃতীয়: ১০০০ টকা মূল্যৰ উপহাৰ কুপন, বাৰ্ণষ্টাৰ, ডিজিটেল মানপত্ৰ
  • তিনিটা উদ্গনিমূলক পুৰস্কাৰ ৫০০ টকা মূল্যৰ কুপন, বাৰ্ণষ্টাৰ, ডিজিটেল মানপত্ৰ
  • বিচাৰকলৈ ৫০০ টকা মূল্যৰ উপহাৰ কুপন, বাৰ্ণষ্টাৰ, ডিজিটেল মানপত্ৰ

সহ-আয়োজক

[উৎস সম্পাদনা]

অংশগ্ৰহণ কৰক

[উৎস সম্পাদনা]

পৃষ্ঠাসমূহ জমা দিয়ক

[উৎস সম্পাদনা]
  1. জে এম বেৰী
  2. জন আডামছ গ্ৰহণ কৰা হ’ল 
  3. বিল গেটছ গ্ৰহণ কৰা হ’ল 
  4. এমিল লাহৌড গ্ৰহণ কৰা হ’ল 
  5. অৰ্জুনা ৰানাটুংগা গ্ৰহণ কৰা হ’ল 
  6. শ্বেন ৱাৰ্ণ গ্ৰহণ কৰা হ’ল 
  7. লি এণ্ডাৰছন গ্ৰহণ কৰা হ’ল 
  8. এৰিষ্টটল অনাছিছ গ্ৰহণ কৰা হ’ল 
  9. থমাছ হেনৰী হাক্সলি গ্ৰহণ কৰা হ’ল 
  10. চন্দ্ৰশেখৰ ভেংকটৰমন গ্ৰহণ কৰা হ’ল 
  11. হোমি জাহাঙ্গীৰ ভাভা গ্ৰহণ কৰা হ’ল 
  12. চি এন ৰামচন্দ্ৰ ৰাও গ্ৰহণ কৰা হ’ল 
  13. লালা লাজপত ৰায় গ্ৰহণ কৰা হ’ল 
  14. চন্দ্ৰ শেখৰ আজাদ গ্ৰহণ কৰা হ’ল 
  15. ৰাজেন্দ্ৰ প্ৰসাদ গ্ৰহণ কৰা হ’ল 
  16. বিপিন চন্দ্ৰ পাল
  17. ৰাকেশ শৰ্মা গ্ৰহণ কৰা হ’ল 
  18. জয়প্ৰকাশ নাৰায়ণ গ্ৰহণ কৰা হ’ল 
  19. ৰোমেইন ৰ'লেণ্ড গ্ৰহণ কৰা হ’ল 
  20. আলেকজেণ্ডাৰ হেমিল্টন
  21. এলিছ ৱাকাৰ গ্ৰহণ কৰা হ’ল 
  22. চি এছ লুইচ গ্ৰহণ কৰা হ’ল 
  23. ডাঃ ছিউছ গ্ৰহণ কৰা হ’ল 
  24. এলিন’ৰ ৰুজভেল্ট
  25. ফ্ৰেংকলিন ডি ৰুজভেল্ট
  26. হেৰিয়ট টাবমেন গ্ৰহণ কৰা হ’ল 
  27. হৰভজন সিং গ্ৰহণ কৰা হ’ল 
  28. জিম ৰ'ন গ্ৰহণ কৰা হ’ল 
  29. হেনৰী ফৰ্ড গ্ৰহণ কৰা হ’ল 
  30. লু হোল্টজ গ্ৰহণ কৰা হ’ল 
  31. উইলিয়াম ৱৰ্ডছৱৰ্থ গ্ৰহণ কৰা হ’ল 
  32. বাৰ্বাৰা জৰ্ডান গ্ৰহণ কৰা হ’ল 
  33. জোচেফ ষ্টেলিন
  34. ভাৰ্জিনিয়া উলফ গ্ৰহণ কৰা হ’ল 
  35. জয়ছ মেয়াৰ গ্ৰহণ কৰা হ’ল 
  36. নিকোলাছ চেমফৰ্ট গ্ৰহণ কৰা হ’ল 
  37. আলেকজেণ্ডাৰ গ্ৰেহাম বেল গ্ৰহণ কৰা হ’ল 
  38. এইচ জি ওৱেলছ গ্ৰহণ কৰা হ’ল 
  39. ডেভিড গগিন্স গ্ৰহণ কৰা হ’ল 
  40. আৰ্থাৰ শ্বোপেনহাউৰ গ্ৰহণ কৰা হ’ল 
  41. অড্ৰে হেপবাৰ্ন
  42. ড্ৰেক (সংগীতজ্ঞ) গ্ৰহণ কৰা হ’ল 
  43. আয়ন ৰেণ্ড গ্ৰহণ কৰা হ’ল 
  44. ডায়েনা, ৱেলছৰ ৰাজকুমাৰী গ্ৰহণ কৰা হ’ল 
  45. এফ স্কট ফিটজেৰাল্ড গ্ৰহণ কৰা হ’ল 
  46. এলান ৱাটছ গ্ৰহণ কৰা হ’ল 
  47. আৰ্থাৰ এশ্বে (টেনিছ খেলুৱৈ) গ্ৰহণ কৰা হ’ল 
  48. মাৰিয়া ক'ৰিনা মাচাডো গ্ৰহণ কৰা হ’ল 
  49. ৰোজালিণ্ড পিকাৰ্ড গ্ৰহণ কৰা হ’ল 
  50. হিলাৰী ক্লিণ্টন গ্ৰহণ কৰা হ’ল 
  51. ই এম ফৰ্ষ্টাৰ গ্ৰহণ কৰা হ’ল 
  52. কেলভিন কুলিজ গ্ৰহণ কৰা হ’ল 
  53. ফিয়ডৰ দস্তয়েভস্কি গ্ৰহণ কৰা হ’ল 
  54. হেনৰী নৌৱেন গ্ৰহণ কৰা হ’ল 
  55. হেনৰী ৰলিন্স গ্ৰহণ কৰা হ’ল 
  56. হাৰ্বাৰ্ট হুভাৰ গ্ৰহণ কৰা হ’ল 
  57. জে আৰ আৰ টল্কিন গ্ৰহণ কৰা হ’ল 
  58. কমলা হেৰিছ গ্ৰহণ কৰা হ’ল 
  59. জেক কেৰ'য়াক গ্ৰহণ কৰা হ’ল 
  60. জেমছ বাল্ডউইন গ্ৰহণ কৰা হ’ল 
  61. আডা লাভলেছ গ্ৰহণ কৰা হ’ল 
  62. চাৰ্লছ বেবেজ গ্ৰহণ কৰা হ’ল 
  63. আলফ্ৰেড, লৰ্ড টেনিছন গ্ৰহণ কৰা হ’ল 
  64. আমেলিয়া ইয়াৰহাৰ্ট গ্ৰহণ কৰা হ’ল 
  65. এ এ মিলনে গ্ৰহণ কৰা হ’ল 
  66. আডাম চেডগৱিক গ্ৰহণ কৰা হ’ল 
  67. আগাথা ক্ৰীষ্টি গ্ৰহণ কৰা হ’ল 
  68. এষ্ট্ৰ' টেলাৰ গ্ৰহণ কৰা হ’ল 
  69. ৰাজীৱ মালহোত্ৰা গ্ৰহণ কৰা হ’ল 
  70. বালটাছাৰ গ্ৰেচিয়ান গ্ৰহণ কৰা হ’ল 
  71. বাৰ্বাৰা কিংছলভাৰ গ্ৰহণ কৰা হ’ল 
  72. বেৰী শ্ব'ৱাৰ্টজ (মনোবিজ্ঞানী) গ্ৰহণ কৰা হ’ল 
  73. বেন কাৰ্ছন গ্ৰহণ কৰা হ’ল 
  74. লুই পেষ্টুৰ গ্ৰহণ কৰা হ’ল 
  75. চিলভিয়া আৰ্ল গ্ৰহণ কৰা হ’ল 
  76. বেঞ্জামিন বেনেকাৰ গ্ৰহণ কৰা হ’ল 
  77. ফ্ৰিডৰিক নীৎসে (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  78. মৰ্টিমাৰ এড্‌লাৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  79. বিক্ৰম সাৰাভাই(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  80. ডাগ হেমাৰশ্বল্ড (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  81. এলবাৰ্ট আইনষ্টাইন (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  82. গৌতম বুদ্ধ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  83. হেনৰী ডেভিদ থৰো (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  84. হেৰাক্লিটাছ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  85. আইজাক নিউটন (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  86. মায়' এঞ্জেল' (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  1. চিন্ময়ানন্দ সৰস্বতী গ্ৰহণ কৰা হ’ল 
  2. শ্ৰী অৰবিন্দ গ্ৰহণ কৰা হ’ল 
  3. মহৰ্ষি মহেশ যোগী গ্ৰহণ কৰা হ’ল 
  4. স্বামী শিৱানন্দ গ্ৰহণ কৰা হ’ল 
  5. স্মৃতি মান্ধানা গ্ৰহণ কৰা হ’ল 
  6. অনিল কুম্বলে
  7. কিয়াৰা আদৱানী গ্ৰহণ কৰা হ’ল 
  1. লানা ডেল ৰে গ্ৰহণ কৰা হ’ল 
  2. বিলি আইলিশ গ্ৰহণ কৰা হ’ল 
  3. এমা ৱাটছন গ্ৰহণ কৰা হ’ল 
  4. নীনা দোব্ৰেভ গ্ৰহণ কৰা হ’ল 
  5. চেলেনা গোমেজ গ্ৰহণ কৰা হ’ল 
  6. ৰাণী মুখাৰ্জী গ্ৰহণ কৰা হ’ল 
  7. আলিয়া ভাট গ্ৰহণ কৰা হ’ল 
  8. প্ৰীতি জিণ্টা গ্ৰহণ কৰা হ’ল 
  9. মল্লিকা শ্বেৰাৱত গ্ৰহণ কৰা হ’ল 
  10. কৃতি সেনন গ্ৰহণ কৰা হ’ল 
  11. লিয়নাৰ্ডো ডিকাপ্ৰিঅ’ গ্ৰহণ কৰা হ’ল 
  12. ক্ৰিষ্টিন ক্ৰুক গ্ৰহণ কৰা হ’ল 
  13. জেনা অৰ্টেগা গ্ৰহণ কৰা হ’ল 
  14. টেইলৰ ছুইফ্ট গ্ৰহণ কৰা হ’ল 
  15. শ্ৰেয়া ঘোষাল গ্ৰহণ কৰা হ’ল 
  16. ছেডি ছিংক গ্ৰহণ কৰা হ’ল 
  17. দেৱ (অভিনেতা) গ্ৰহণ কৰা হ’ল 
  18. জিৎ (অভিনেতা) গ্ৰহণ কৰা হ’ল 
  19. অংকুশ হাজৰা গ্ৰহণ কৰা হ’ল 
  20. ৰণবীৰ কাপুৰ গ্ৰহণ কৰা হ’ল 
  21. ছাৰা অৰ্জুন গ্ৰহণ কৰা হ’ল 
  22. পূজা হেগড়ে গ্ৰহণ কৰা হ’ল 
  23. ছানিয়া মিৰ্জা গ্ৰহণ কৰা হ’ল 
  24. দীপিকা কাকৰ গ্ৰহণ কৰা হ’ল 
  25. কাৰ্তিক আৰিয়ান
  26. তামান্না ভাটিয়া গ্ৰহণ কৰা হ’ল 
  27. সিদ্ধাৰ্থ মালহোত্ৰা গ্ৰহণ কৰা হ’ল 
  28. মুমতাজ (অভিনেত্ৰী) গ্ৰহণ কৰা হ’ল 
  29. ৰেখা
  30. মিলি ববি ব্ৰাউন গ্ৰহণ কৰা হ’ল 
  31. উইনোনা ৰাইডৰ গ্ৰহণ কৰা হ’ল 
  32. দীপিকা পাডুকন
  33. ৰিহানা
  34. জাষ্টিন বিবাৰ গ্ৰহণ কৰা হ’ল 
  35. টাইলা গ্ৰহণ কৰা হ’ল 
  36. হং চৌ
  37. চুলপান খামাটোভা গ্ৰহণ কৰা হ’ল 
  38. ছাব্ৰিনা কাৰ্পেণ্টাৰ গ্ৰহণ কৰা হ’ল 
  39. মাডোনা গ্ৰহণ কৰা হ’ল 
  40. জেনিফাৰ লৰেন্স গ্ৰহণ কৰা হ’ল 
  41. আষ্ট্ৰিড বাৰ্জেছ-ফ্ৰিছবে গ্ৰহণ কৰা হ’ল 
  42. কেট ব্লাঞ্চেট গ্ৰহণ কৰা হ’ল 
  43. ঝা ঝা গাবৰ গ্ৰহণ কৰা হ’ল 
  44. মড এপাট' গ্ৰহণ কৰা হ’ল 
  45. লানা কণ্ডৰ গ্ৰহণ কৰা হ’ল 
  46. ক্ৰিষ্টিয়ানো ৰোনাল্ডো
  47. কেট আপ্টন গ্ৰহণ কৰা হ’ল 
  48. ফালা চেন গ্ৰহণ কৰা হ’ল 
  49. ছফি এলড্ৰেড গ্ৰহণ কৰা হ’ল 
  50. ৰ'জে (গায়িকা) গ্ৰহণ কৰা হ’ল 
  51. এজায়ে গ্ৰহণ কৰা হ’ল 
  52. ব্ৰুক ফ্ৰেজাৰ গ্ৰহণ কৰা হ’ল 
  53. চন্দৰা পাৰ্ক গ্ৰহণ কৰা হ’ল 
  54. আই ইউ (গায়িকা) গ্ৰহণ কৰা হ’ল 
  55. কাইলী পাডিলা গ্ৰহণ কৰা হ’ল 
  56. লুচী ললেছ গ্ৰহণ কৰা হ’ল 
  57. কাইলী মিনোগ গ্ৰহণ কৰা হ’ল 
  58. অৰ্নেলা ভানোনী গ্ৰহণ কৰা হ’ল 
  59. গং লি গ্ৰহণ কৰা হ’ল 
  60. শাকিৰা গ্ৰহণ কৰা হ’ল 
  61. ছোনিয়া ৰোলেণ্ড
  62. আমাণ্ডা লিয়াৰ
  63. ছফিয়া বুটেলা
  64. কাৰিণা ৰাবোলিনী গ্ৰহণ কৰা হ’ল 
  65. কাল্কী কেকলাঁ গ্ৰহণ কৰা হ’ল 
  66. আইছা মাইগা গ্ৰহণ কৰা হ’ল 
  67. ইছাবেল আদজানি গ্ৰহণ কৰা হ’ল 
  68. মাটি দিয়প গ্ৰহণ কৰা হ’ল 
  69. মেৰিয়ন কটিলাৰ্ড গ্ৰহণ কৰা হ’ল 
  70. এঞ্জেলিক কিদজো গ্ৰহণ কৰা হ’ল 
  71. হুমাইৰা হিমু গ্ৰহণ কৰা হ’ল 
  72. মণিষা কৈৰালা
  73. ঙো থান ভান গ্ৰহণ কৰা হ’ল 
  74. থুই ট্ৰাং গ্ৰহণ কৰা হ’ল 
  75. কোকো লী গ্ৰহণ কৰা হ’ল 
  76. কেটৰিনা কাঈফ গ্ৰহণ কৰা হ’ল 
  77. কিম হ্যে-জা গ্ৰহণ কৰা হ’ল 
  78. লিউ ইফেই গ্ৰহণ কৰা হ’ল 
  79. লি ইয়ং-এ গ্ৰহণ কৰা হ’ল 
  80. মেগী চেং গ্ৰহণ কৰা হ’ল 
  81. থমাছ হাৰ্ডি (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  82. গুস্তাভ ফ্লবেয়ৰ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  83. জেক লণ্ডন (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  84. হাৰুকি মুৰাকামি (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  1. ববী ফিশ্বাৰ গ্ৰহণ কৰা হ’ল 
  2. পাব্লো পিকাছো গ্ৰহণ কৰা হ’ল 
  3. মিখাইল তাল গ্ৰহণ কৰা হ’ল 
  4. অভিজিৎ বেনাৰ্জী গ্ৰহণ কৰা হ’ল 
  5. এনৰিকো ফাৰ্মি
  6. ৰমিলা থাপাৰ গ্ৰহণ কৰা হ’ল 
  7. নেপোলিয়ন হিল(বিস্তাৰ)
  8. ইমানুৱেল কাণ্ট গ্ৰহণ কৰা হ’ল 
  9. এডল্ফ হিটলাৰ গ্ৰহণ কৰা হ’ল 
  10. জে. ৰবাৰ্ট অপেনহাইমাৰ(বিস্তাৰ)
  11. ফ্ৰেডৰিখ নিৎসে  গ্ৰহণ কৰা নহ’ল (এই সম্পৰ্কে পৃষ্ঠা ইতিমধ্যেই উপলভ্য)
  1. মহেন্দ্ৰ সিং ধোনি (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  2. ছাইনা নেহৱাল
  3. ৰচনা বেনাৰ্জী গ্ৰহণ কৰা হ’ল 
  4. দ্ৰষ্টী ধামী
  5. পদ্মা লক্ষ্মী গ্ৰহণ কৰা হ’ল 
  6. কংগনা ৰাণাৱত গ্ৰহণ কৰা হ’ল 
  7. ৰুক্মিণী মৈত্ৰ গ্ৰহণ কৰা হ’ল 
  8. শাকিব খান গ্ৰহণ কৰা হ’ল 
  9. সুকান্ত ভট্টাচাৰ্য (বিস্তাৰ)
  10. হিমন্ত বিশ্ব শৰ্মা (বিস্তাৰ)
  11. ভগৎ সিং (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  12. ৰবীন শৰ্মা গ্ৰহণ কৰা হ’ল 
  13. অখিল গগৈ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  14. গৌৰৱ গগৈ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  15. নীলিম কুমাৰ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  16. প্ৰণৱ কুমাৰ বৰ্মন (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  17. নাথুৰাম গডছে গ্ৰহণ কৰা হ’ল 
  18. বাৎসায়ন গ্ৰহণ কৰা হ’ল 
  19. চাৰ্বাক গ্ৰহণ কৰা হ’ল 
  20. ওমৰ খৈয়াম গ্ৰহণ কৰা হ’ল 
  21. ৰাহুল বসু গ্ৰহণ কৰা হ’ল 
  22. কপিল ছিব্বল গ্ৰহণ কৰা হ’ল 
  23. ছানি দেওল গ্ৰহণ কৰা হ’ল 
  24. কনকলতা (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  25. সুনীল গংগোপাধ্যায় (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  26. মহাদেৱ সাহা (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  27. অম্লান দত্ত গ্ৰহণ কৰা হ’ল 
  1. ভিক্টৰ হিউগো গ্ৰহণ কৰা হ’ল 
  2. অপ্ৰাহ উইনফ্ৰে গ্ৰহণ কৰা হ’ল 
  3. টেকামছা গ্ৰহণ কৰা হ’ল 
  4. গিয়াকোমো কাজানোভা গ্ৰহণ কৰা হ’ল 
  5. ফ্ৰিড্ৰিখ শিলাৰ গ্ৰহণ কৰা হ’ল 
  6. হেনৰি ডেভিড থ’ৰো গ্ৰহণ কৰা হ’ল 
  7. হিপোক্ৰেটিছ গ্ৰহণ কৰা হ’ল 
  8. আৰ্নেষ্ট মিলাৰ হেমিংৱে গ্ৰহণ কৰা হ’ল 
  9. ডেছমণ্ড টুটু গ্ৰহণ কৰা হ’ল 
  10. জালালউদ্দিন মুহাম্মদ ৰুমী গ্ৰহণ কৰা হ’ল 
  11. বাচেন্দ্ৰী পাল গ্ৰহণ কৰা হ’ল 
  12. কিৰণ বেদী গ্ৰহণ কৰা হ’ল 
  13. কৰ্ণম মল্লেশ্বৰী গ্ৰহণ কৰা হ’ল 
  14. পাইথাগৰাছ গ্ৰহণ কৰা হ’ল 
  15. কৰ্ণেলিয়া সোৰাবজি গ্ৰহণ কৰা হ’ল 
  16. সদ্‌গুৰু গ্ৰহণ কৰা হ’ল 
  17. ষ্টিভ জব্‌ছ গ্ৰহণ কৰা হ’ল 
  18. চেৰেনা উইলিয়ামছ গ্ৰহণ কৰা হ’ল 
  19. মাৰ্টিনা নাভ্ৰাটিলোভা গ্ৰহণ কৰা হ’ল 
  20. প্ৰণৱ মুখাৰ্জী গ্ৰহণ কৰা হ’ল 
  21. সুধা মূৰ্তি গ্ৰহণ কৰা হ’ল 
  22. থমাছ ফুলাৰ গ্ৰহণ কৰা হ’ল 
  23. ৰাজ কাপুৰ গ্ৰহণ কৰা হ’ল 
  24. প্ৰিথ্বীৰাজ কাপুৰ  গ্ৰহণ কৰা নহ’ল (উৎস পৰিষ্কাৰ নহয়)
  25. সত্যজিৎ ৰায়(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  26. অটল বিহাৰী বাজপায়ী(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  27. ভলতেয়ৰ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  28. ৰবীন্দ্ৰনাথ ঠাকুৰ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  29. মাৰ্ক টোৱেইন (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  30. উইনষ্টন চাৰ্চিল (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  31. ব্ৰুছ লী (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  32. এ পি জে আব্দুল কালাম (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  33. মাৰ্টিন লুথাৰ কিং (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  34. চাৰ্লচ ডিকেঞ্চ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  35. খলিল জিব্ৰান (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  36. ছিগমুণ্ড ফ্ৰয়েড (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  37. জৰ্জ বাৰ্ণাৰ্ড শ্ব'(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  38. জৰ্জ হাবাৰ্ট (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  39. জুলিয়া চাইল্ড গ্ৰহণ কৰা হ’ল 
  40. নেপোলিয়ন বোনাপাৰ্ট(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  41. এৰিষ্ট'টল(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  42. বেঞ্জামিন ফ্ৰেংকলিন(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  43. হেলেন কেলাৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  44. কনফুচিয়াছ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  45. শশী থাৰুৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  46. শচীন তেণ্ডুলকাৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  47. বাবা ৰামদেৱ গ্ৰহণ কৰা হ’ল 
  48. বাবা চাহেব আম্বেদকাৰ  গ্ৰহণ কৰা নহ’ল (এই সম্পৰ্কে পৃষ্ঠা ইতিমধ্যেই উপলভ্য)
  49. কবীৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  50. খুছৱন্ত সিং(বিস্তাৰ)
  51. জঁ-প’ল ছাৰ্ত্ৰে গ্ৰহণ কৰা হ’ল 
  52. উইলিয়াম শ্বেক্সপীয়েৰ  গ্ৰহণ কৰা নহ’ল (এই সম্পৰ্কে পৃষ্ঠা ইতিমধ্যেই উপলভ্য)
  53. পাবলো নেৰুদা(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  54. চেতন ভগত(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  55. ছলমান ৰুশ্বডী গ্ৰহণ কৰা হ’ল 
  1. হোমেন বৰগোহাঞি (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  1. লিঅ’ টলষ্টয় (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  2. মহাত্মা গান্ধী (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  3. বি আৰ আম্বেদকাৰ (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  4. সুব্ৰমণিয়ম স্বামী গ্ৰহণ কৰা হ’ল 
  5. দাদাভাই নৌৰজী গ্ৰহণ কৰা হ’ল 
  6. কৈলাশ সত্যৰ্থী গ্ৰহণ কৰা হ’ল 
  7. এ আৰ ৰহমান গ্ৰহণ কৰা হ’ল 
  8. নমিতা ভট্টাচাৰ্য (বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  9. চনু শৰ্মা গ্ৰহণ কৰা হ’ল 
  10. দীপ্ত ৰায় চক্ৰৱৰ্তী গ্ৰহণ কৰা হ’ল 
  11. চৰণ সিং গ্ৰহণ কৰা হ’ল 
  12. মনমোহন সিং গ্ৰহণ কৰা হ’ল 
  13. মেক্সমুলাৰ(বিস্তাৰ} গ্ৰহণ কৰা হ’ল 
  14. হুমায়ুন আহমেদ গ্ৰহণ কৰা হ’ল 
  15. হৰিপ্ৰসাদ চৌৰচিয়া গ্ৰহণ কৰা হ’ল 
  16. ৰীণা বেনাৰ্জী গ্ৰহণ কৰা হ’ল 
  17. অৰহান পামুক গ্ৰহণ কৰা হ’ল 
  18. ৰবাৰ্ট অ’মান গ্ৰহণ কৰা হ’ল 
  19. গ্ৰেটা থুনবাৰ্গ গ্ৰহণ কৰা হ’ল 
  1. বুকাৰ টি ৱাচিংটন(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  2. কনফুচিয়াছ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  3. টমাচ পেইন( বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  4. এৰিষ্ট'টল( বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  5. দালাই লামা( বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  6. জৰ্জ অৰৱেল গ্ৰহণ কৰা হ’ল 
  7. আলেকজেণ্ডাৰ পুস্কিন গ্ৰহণ কৰা হ’ল 
  8. লক্ষ্মীনাথ বেজবৰুৱা( বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  9. চিত্তৰঞ্জন দাস গ্ৰহণ কৰা হ’ল 
  10. ভাৰ্গেজ কুৰিয়েন গ্ৰহণ কৰা হ’ল 
  11. সত্য নাডেলা গ্ৰহণ কৰা হ’ল 
  12. জে আৰ ডি টাটা গ্ৰহণ কৰা হ’ল 
  13. নাৰায়ণ মূৰ্তি গ্ৰহণ কৰা হ’ল 
  14. ধীৰুভাই আম্বানী গ্ৰহণ কৰা হ’ল 
  15. মুকেশ আম্বানী গ্ৰহণ কৰা হ’ল 
  16. গোপাল কৃষ্ণ গোখলে গ্ৰহণ কৰা হ’ল 
  17. আৰ্কিমিডিছ গ্ৰহণ কৰা হ’ল 
  18. বাল গঙ্গাধৰ তিলক গ্ৰহণ কৰা হ’ল 
  19. ছলমান খান( বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  20. মহম্মদ ইকবাল(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  21. লেনিন গ্ৰহণ কৰা হ’ল 
  22. টিপু চুলতান গ্ৰহণ কৰা হ’ল 
  23. বিছমিল্লাহ খান গ্ৰহণ কৰা হ’ল 
  24. মহাবীৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  25. ৰাজা ৰামমোহন ৰায়(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  26. শ্ৰীনিবাস ৰামানুজন(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  27. নুৰজাহান গ্ৰহণ কৰা হ’ল 
  28. পতঞ্জলি গ্ৰহণ কৰা হ’ল 
  29. এডমাণ্ড হিলাৰী গ্ৰহণ কৰা হ’ল 
  30. কল্পনা লাজমী(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  31. প্ৰেমচন্দ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  32. লিঅ'নাৰ্ড' দা ভিন্সি(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  33. মিৰ্জা গালিব(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  34. চাৰ্লচ ডিকেঞ্চ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  35. বাৰ্ট্ৰাণ্ড ৰাছেল(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  36. বল্লভভাই পেটেল(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  37. ৰামকৃষ্ণ পৰমহংস(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  38. গুৰু নানক(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  39. মহাত্মা গান্ধী(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  40. হজৰত মহম্মদ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  41. স্বামী বিবেকানন্দ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  42. ওমৰ খৈয়াম(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  43. শংকৰদেৱ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  44. ভলতেয়ৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  45. হেম বৰুৱা(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  46. গ্যেটে(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  47. এৰিষ্ট'টল(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  48. উইলিয়াম শ্বেইকছপীয়েৰ(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  49. সত্যনাথ বৰা(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  50. নুছৰত ফতেহ আলী খান গ্ৰহণ কৰা হ’ল 
  51. এম এছ শুভলক্ষ্মী গ্ৰহণ কৰা হ’ল 
  52. পাৰ্ল এচ বাক গ্ৰহণ কৰা হ’ল 
  53. জৰ্জ বাৰ্ণাৰ্ড শ্ব'(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  54. মিলখা সিং গ্ৰহণ কৰা হ’ল 
  55. ছেৰেনা উইলিয়ামছ গ্ৰহণ কৰা হ’ল 
  56. অমৰ্ত্য সেন(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  57. আৰ্য্যভট্ট গ্ৰহণ কৰা হ’ল 
  58. কফি আন্নান(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  59. টি এচ এলিয়ট গ্ৰহণ কৰা হ’ল 
  60. যীশুখ্ৰীষ্ট(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  61. লৰ্ড বাইৰন গ্ৰহণ কৰা হ’ল 
  62. লাল বাহাদুৰ শাস্ত্ৰী(বিস্তাৰ) গ্ৰহণ কৰা হ’ল 
  63. মিখাইল গৰ্বাচেভ গ্ৰহণ কৰা হ’ল 
  64. হেমা মালিনী গ্ৰহণ কৰা হ’ল 
  65. কমল হাছান গ্ৰহণ কৰা হ’ল 
ক্ৰমিক নং অংশগ্ৰহণকাৰীৰ নাম নতুন পৃষ্ঠা বিস্তাৰিত পৃষ্ঠা মুঠ প্ৰাপ্য নম্বৰ স্থান মন্তব্য
দিম্পল দাস ৭৬ ১০ ৫৮২ দ্বিতীয় বহু পৃষ্ঠাত যান্ত্ৰিক অনুবাদৰ সাঁচ দেখা গৈছে। পুনৰ চকু ফুৰাই অনুবাদৰ জড়তা আঁতৰাবলৈ অনুৰোধ জনালোঁ।
ঈশানজ্যোতি বৰা ৪৮ অষ্টম
দুহিতা ৰাগিণী কলিতা ৮২ ৬৩২ প্ৰথম বহু পৃষ্ঠাত যান্ত্ৰিক অনুবাদৰ সাঁচ দেখা গৈছে। পুনৰ চকু ফুৰাই অনুবাদৰ জড়তা আঁতৰাবলৈ অনুৰোধ জনালোঁ।
বিভূতি গগৈ ৬৪ সপ্তম
কন্দৰ্পজিৎ কল্লোল ১৭ ১০ ১৩৮ পঞ্চম বহু পৃষ্ঠাত যান্ত্ৰিক অনুবাদৰ সাঁচ দেখা গৈছে। পুনৰ চকু ফুৰাই অনুবাদৰ জড়তা আঁতৰাবলৈ অনুৰোধ জনালোঁ।
জ্যোতি চিৰিং ২৮ ২৭ ২৯৪ চতুৰ্থ
ৰুমি বৰা নৱম
প্ৰণামিকা অধিকাৰী ১৪ ১৩৭ ষষ্ঠ
নৰুনা বৰুৱা ৩২ ৩৩ ৩৪০ তৃতীয়